--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুত্ৰসন্তান অকায়ৰ জন্মৰ পাছত দেশৰ মাটিত ভৰি থ’লে অনুষ্কা শৰ্মাই৷
 ১৫ ফেব্ৰুৱাৰীত জন্ম হৈছিল বিৰাট-অনুষ্কাৰ পুত্ৰসন্তান অকায়ৰ। নিজৰ ব্যক্তিগত জীৱনক লৈ অত্যন্ত সচেতন বিৰাট-অনুষ্কা। কন্যা ভামিকাৰ বয়স তিনি বছৰ। কিন্তু এতিয়ালৈ কন্যাৰ মুখেই পোহৰলৈ অনা নাই তেওঁলোকে। পুত্ৰৰ ক্ষেত্ৰতো একেই সচেতনা দেখুৱাইছে দুয়ো৷  

সম্প্ৰতি আইপিএলত ব্যস্ত বিৰাট কোহলী৷ দুমাহ পাছত ভাৰতলৈ উভতি আহিল অনুষ্কা। কন্যা ভামিকাক লৈ যি সাৱধানতা অৱলম্বন কৰিছে, অকায়ৰ ক্ষেত্ৰতো একেই সাৱধানতা অৱলম্বন কৰিছে তেওঁলোকে।

প্ৰায় তিনি মাহ পাছত বিমানবন্দৰত অনুষ্কাক দেখি ফটোগ্ৰাফাৰসকলে ফটো তোলাৰ বাবে উৎসুকতা প্ৰদৰ্শন কৰে৷ কিন্তু অনুষ্কাই জনায় তেওঁ পুত্ৰ-কন্যাক বাদ দিহে ফটো তুলিবলৈ দিব। অনুষ্কাই এয়াও জনাই যে সকলোকৈ লৈ অচিৰেই এক অনুষ্ঠানৰ আয়োজন কৰিব তেওঁলোকে। তাতেই পুত্ৰৰ মুখ সকলোকে দেখুৱাব বিৰাট-অনুষ্কাই৷ মাথোঁ সেই ফটো বাহিৰত প্ৰকাশ কৰিব নোৱাৰিব বুলি চৰ্ত দিয়ে বিৰাট-পত্নীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ