--°C
Loading...
Listen to Article
2 min read
80%

বিশ্বনাথ : বিশ্বনাথৰ এজন বিশেষ ব্যক্তিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। পুৱাই হাতত ঝাড়ু লৈ চাফা কৰিবৰ বাবে ওলাই আহে বিশ্বনাথৰ বিভিন্ন স্থানত। যি সময়ত স্বচ্ছতাৰ নামত চৰকাৰে বিভিন্ন আঁচনি আৰু পৰিকল্পনা হাতত লৈছে, সেই সময়ত এই ব্যক্তিগৰাকীয়ে ২০১২ চনৰেপৰা নিৰৱিছিন্নভাৱে জিলাখনক স্বচ্ছ ৰাখিবলৈ প্ৰয়াস কৰি আহিছে।

আৰু পঢ়িব পাৰিব : বিজেপিলৈ ‘মেট্ৰ’ মেন’ শ্ৰীধৰণ, কেৰালাত বিজেপিৰ ‘বিজয় যাত্ৰা’

এই ব্যক্তিজন হৈছে বিশ্বনাথ চাৰিআলিৰ বামগাঁও নিবাসী কুমুদ বৰুৱা। পেছাত তেঁও এজন অধিবক্তা। স্বচ্ছতাই নহয় বিশ্বনাথৰ বিভিন্ন স্থানত গছপুলিও ৰোপন কৰি পৰিৱেশ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াস কৰি আহিছে। আজি পুৱা হাতত ঝাড়ু লৈ বিশ্বনাথৰ উত্তৰ মৰলগাঁৱৰ ৰাইজৰ সহযোগত বিশ্বনাথ মহাবিদ্যালয়ৰ সন্মুখত চাফাই অভিযানত নামি পৰে।

আৰু পঢ়িব পাৰিব : ১৬.২৫ কোটি : আইপিএলৰ নিলামত ক্ৰিছ ম’ৰিছৰ চমৎকাৰ

ইপিনে চৰকাৰলৈ তেঁওৰ আহ্বান বেনাৰ-পোষ্টাৰত কোটি কোটি টকা খৰচ কৰি থকাতকৈ এনে এটা অনুষ্ঠান গঢ়ি তোল, যি অনুষ্ঠানে নিস্বাৰ্থভাৱে স্বচ্ছতাৰ কাম কৰিব আৰু সেয়াই হ'ব প্ৰকৃত বেনাৰ-পোষ্টাৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ