--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন৷ ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হয় অধিৱেশন৷ এই অধিবেশনতে কাইলৈ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিব লেখানুদান৷

আৰু পঢ়িব পাৰিব : নিশাই অসমত উপস্থিত অমিত শ্বাহ : আদৰিলে মুখ্যমন্ত্ৰী-বিত্তমন্ত্ৰীয়ে

তিনিদিনীয়া কাৰ্যসূচীৰে চলিব এইবাৰৰ অধিৱেশন৷ আজি বিধানসভাৰ অধিৱেশনৰ প্ৰথমটো দিনতে সৃষ্টি হয় হুলস্থূলীয়া পৰিৱেশৰ। ভাষণত ৰাজ্যপালে চৰকাৰ দুৰ্নীতিমুক্ত বুলি ভাষণত কোৱাৰ লগে লগে বিৰোধীয়ে তীব্ৰ প্ৰতিবাদ কৰি সদন উত্তপ্ত কৰি তোলে৷ যাৰ বাবে আধাতে ভাষণ সামৰিব লগা হ'ল ৰাজ্যপালে৷

আৰু পঢ়িব পাৰিব : গুৰুত্বপূৰ্ণ ৰায়দান : শিশু বলাৎকাৰী, হত্যাকাৰীক মৃত্যুদণ্ড

ইফালে, বিজেপি চৰকাৰে যোৱা পাঁচ বছৰত দিয়া ভুৱা প্ৰতিশ্ৰুতি উদঙাই দি সদন ত্যাগ কৰা বিৰোধী দল কংগ্ৰেছে অধিবেশনত থলীতে প্ৰতিবাদী সমদল উলিয়ায়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰকাৰী কার্যসূচী লৈ ১৬ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ বিদেশ ভ্ৰমণ
তুলা ৰাশিত অস্ত হ’ব শুক্ৰ গ্ৰহৰ; ৪ ৰাশিৰ জাতক-জাতিকাৰ সমস্যা বৃদ্ধিৰ সম্ভাৱনা
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
সাত বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত নতুন উদ্যমেৰে ট্ৰেক এণ্ড ফিল্ডলৈ উভতিবলৈ সাজু হিমা দাস
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
তুলা ৰাশিত অস্ত হ’ব শুক্ৰ গ্ৰহৰ; ৪ ৰাশিৰ জাতক-জাতিকাৰ সমস্যা বৃদ্ধিৰ সম্ভাৱনা
চৰকাৰী কার্যসূচী লৈ ১৬ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ বিদেশ ভ্ৰমণ
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে
তিনিচুকীয়াৰ বেংক বিষয়াক ধন দাবীৰে ব্লেকমেইল; যোৰহাটত হনীট্ৰেপিং চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ