--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : আজি পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ এইবাৰ অমিত শ্বাহৰ আগমনৰ উদ্দেশ্য পশ্চিমবংগৰ নিৰ্বাচন৷ আজি নিশা আমিনগাঁৱত কটাব শ্বাহে৷ কাইলৈ পুৱা হেলিকপ্তাৰেৰে যাব শ্বিলঙলৈ৷

আৰু পঢ়িব পাৰিব : আজমলে নিজকে গুৰুজনাৰ লগত তুলনা কৰি অক্ষমণীয় অপৰাধ কৰিছেঃ পদ্ম হাজৰিকা

অনন্ত ৰায় নামৰ ৰাজবংশী নেতাৰ ঘৰলৈ যাব গৃহমন্ত্ৰীগৰাকী৷ গ্ৰেটাৰ কোঁচবিহাৰ পিপ’ল্ছ এছ’চিয়েছনৰ প্ৰতিষ্ঠাপক আছিল ৰায়৷ বংগত ৰাজবংশী জনগোষ্ঠীৰ মাজত অনন্ত ৰায়ৰ বিশেষ প্ৰভাৱ পৰিছে৷ ২০১৬ চনৰ পাছত চিৰাঙত আশ্ৰয় লৈছিল অনন্ত ৰায়ে৷

আৰু পঢ়িব পাৰিব : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: সদ্যহতে গ্ৰেপ্তাৰ নহয় শশী থাৰুৰ আৰু ছয়জন সাংবাদিক

চিৰাঙৰ ছাটিপুৰত আছে অনন্ত ৰায়ৰ বিশাল অট্টালিকা৷ অনন্ত ৰায়ক নিজৰ পক্ষলৈ নিয়াৰ চেষ্টা বিজেপিৰ৷ অনন্ত মহাৰাজ হিচাপে জনপ্ৰিয়তা আছে ৰাজবংশী নেতা অনন্তৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
তুলা ৰাশিত অস্ত হ’ব শুক্ৰ গ্ৰহৰ; ৪ ৰাশিৰ জাতক-জাতিকাৰ সমস্যা বৃদ্ধিৰ সম্ভাৱনা
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
সাত বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত নতুন উদ্যমেৰে ট্ৰেক এণ্ড ফিল্ডলৈ উভতিবলৈ সাজু হিমা দাস
৫২ বছৰত বিশ্বজুৰি হ্ৰাস ৭৩% বন্যপ্রাণী! ইয়াৰ মাজতে আশাৰ ৰেঙনি দেখুৱাইছে ভাৰতে
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
তুলা ৰাশিত অস্ত হ’ব শুক্ৰ গ্ৰহৰ; ৪ ৰাশিৰ জাতক-জাতিকাৰ সমস্যা বৃদ্ধিৰ সম্ভাৱনা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে
তিনিচুকীয়াৰ বেংক বিষয়াক ধন দাবীৰে ব্লেকমেইল; যোৰহাটত হনীট্ৰেপিং চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ