--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • হৰমনপ্ৰীতৰ নেতৃত্বতে ভাৰতে যোৱা বছৰত মহিলাৰ এদিনীয়া বিশ্বকাপত চেম্পিয়নৰ সন্মান লাভ কৰিছিল।

ডিজিটেল ডেস্ক : ভাৰতৰ একমাত্র বিশ্বকাপজয়ী মহিলা ক্রিকেট দলৰ অধিনায়িকা হৰমনপ্রীত কৌৰে মঙলবাৰে নিজৰ পদৰ পৰা পদত্যাগ কৰে। কেউবিধ সংস্কৰণৰ অধিনায়কৰ পদ এৰা হৰমনপ্ৰীতৰ স্থান পূৰাব পাৰে স্মৃতি মান্ধানাই। 


হৰমনপ্রীতে ২০১৬ চনত ভাৰতৰ টি-২০ দলৰ নেতৃত্বৰ দায়িত্ব লাভ কৰিছিল। ইয়াৰ পাছত ২০২২ চনত এদিনীয়া আৰু ২০২৩ চনত টেষ্ট দলৰ পূৰ্ণকালীন অধিনায়কৰ দায়িত্ব লাভ কৰে। 


হৰমনপ্ৰীতৰ নেতৃত্বতে ভাৰতে যোৱা বছৰত মহিলাৰ এদিনীয়া বিশ্বকাপত চেম্পিয়নৰ সন্মান লাভ কৰিছিল। 


আনহাতে, তেওঁৰ নেতৃত্বতে ২০২২ আৰু ২০২৬ চনক এছিয়ান গেমছত স্বর্ণ জয় কৰিছিল ভাৰতে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
জিলিকি থকা ছাল পাবলৈ কি কৰিব লাগে?
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ