--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অধিক ৰোমাঞ্চকৰ হ’বলৈ ওলাইছে আইপিএল(IPL)। বিচিচিআই(BCCI)ৰ দাবীয়ে পালে মান্যতা। অহা বছৰ আটাইকেইটা ডাঙৰ দলৰ আন্তঃৰাষ্ট্ৰীয় শৃংখলা বন্ধ হোৱাৰ পিছত আঢ়ৈ মাহৰ বাবে অনুষ্ঠিত হ’ব আইপিএল(IPL)ৰ মেগা টুৰ্ণামেণ্ট। আইচিচি(ICC)-এ ব’ৰ্ডৰ প্ৰস্তাৱৰ প্ৰতি সন্মতি প্ৰকাশ কৰিছে। এই দাবী এটা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ৱেবছাইটৰ। সূত্ৰ অনুসৰি, কেৱল আই পি এলেই নহয়, অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া বিগ বেছ লীগ আৰু অহা বছৰ ইংলেণ্ডৰ ‘দ্য হাণ্ড্ৰেড’ প্ৰতিযোগিতাৰ বাবে আই চি চি(ICC)-এ সুকীয়া সময় প্ৰদান কৰিব।

ক্ৰিকেট ৱেবছাইটটোৰ মতে, মাৰ্চ মাহৰ শেষৰ সপ্তাহৰ পৰা আই পি এলৰ বাবে আঢ়ৈ মাহৰ এখন উইনডো ৰখা হৈছে। সেই সময়ত ডাঙৰ দলৰ কোনো শৃংখলা নাথাকিব। ফলত বিশ্বৰ সকলো শ্ৰেষ্ঠ তাৰকাই আই পি এলত অংশগ্ৰহণ কৰিব পাৰিব। একেদৰে বিগ বেছ চলি থকাৰ সময়ত জানুৱাৰী মাহতো বিশ্বৰ শ্ৰেষ্ঠ দেশসমূহে হোৱাইটবল ছিৰিজ খেলিব নোৱাৰিব। টেষ্ট ছিৰিজ অব্যাহত থাকিব পাৰে। আকৌ ‘দ্য হাণ্ড্ৰেড’ৰ চলাকালীন জুলাই মাহত ৩-৪ সপ্তাহলৈকে কোনো ধৰণৰ হোৱাইট বল টুৰ্ণামেণ্ট অনুষ্ঠিত নহ’ব। আইচিচিৰ ফিউচাৰ ট্যুৰ প্ৰগ্ৰেমত হেনো এনে তথ্যই প্ৰকাশ পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ