--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ চৰ্চালৈ আহিছে নাগৰিকত্ব সংশোধনী আইন, চমুকৈ ‘কা’৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে ‘কা’ক লৈ বিশেষ তৎপৰতা অৱলম্বন কৰিছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত ‘কা’ কাৰ্যকৰী কৰিবলৈ উঠিপৰি লাগিছে কেন্দ্ৰীয় চৰকাৰ৷

এসপ্তাহৰ ভিতৰত দেশত বলবৎ হ’ব ‘কা’৷ এই দাবী কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰৰ৷ বংগৰ দক্ষিণ ২৪ পৰগণাৰ কাকদ্বীপত এক ৰাজহুৱা সমাৱেশক সম্বোধন কৰি ঠাকুৰে বাংলা ভাষাত কয়, মই গেৰাণ্টী দিব পাৰোঁ যে অহা সাত দিনৰ ভিতৰত কেৱল পশ্চিম বংগতে নহয়, সমগ্ৰ ভাৰততে ‘কা‘ কাৰ্যকৰী কৰা হ’ব।

বংগৰ বনগাঁৱৰ পৰা বিজেপিৰ লোকসভাৰ সাংসদ শান্তনু ঠাকুৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ‘কা’কৈ লৈ ঘোষণা কৰা স্থিতিৰ পুনৰাবৃত্তি কৰে৷ 

যোৱা বছৰৰ ডিচেম্বৰত অমিত শ্বাহে দৃঢ়তাৰে কৈছিল যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ‘কা’ কাৰ্যকৰী কৰিব আৰু কোনেও ইয়াক ৰোধ কৰিব নোৱাৰে। অমিত শ্বাহে তেওঁৰ মন্তব্যৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক লক্ষ্য কৰা লৈছিল, কিয়নো মমতাই ‘কা’ৰ বিৰোধিতা কৰি আহিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক