--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁৰ হাতত এটা বা দুটা নহয়, মুঠ ১২টা গ্ৰেমী আছে। পশ্চিমীয়া সংগীত জগতৰ অন্যতম জনপ্ৰিয় পপ তাৰকা। ইয়াৰ উপৰিও তেওঁ অন্যতম ধনী তাৰকা। তেওঁ হৈছে টেইলৰ এলিছন চুইফট। কিন্তু এইগৰাকী পপষ্টাৰকে অৰিজিত সিঙে চেৰ পেলালে৷ কিন্তু কেনেকৈ?

সংগীত শুনিবলৈ Spotify অন্যতম জনপ্ৰিয় প্লেটফৰ্ম। সংগীত শুনাৰ উপৰিও শ্ৰোতা আৰু অনুৰাগীয়ে সেই মঞ্চত নিজৰ প্ৰিয় শিল্পীক ‘ফ’ল’ কৰিব পাৰে। অনুৰাগীৰ সংখ্যাৰ ক্ষেত্ৰত অৰিজিত সিঙে টেইলৰ চুইফটক পৰাস্ত কৰে। অৰিজিতে কেৱল টেইলৰ চুইফটকেই নহয়, হলিউডৰ নতুন প্ৰজন্মৰ জনপ্ৰিয় গায়িকা বিলি আইলিছকো চেৰ পেলাইছে৷ এতিয়া তেওঁৰ স্পটিফাইত ৮৬ লাখতকৈ অধিক অনুৰাগী আছে। আনহাতে টেইলৰ চুইফটৰ অনুৰাগীৰ সংখ্যা প্ৰায় ৭৯ লাখ।

স্পটিফাইত জনপ্ৰিয়তাৰ ক্ষেত্ৰত এতিয়া শীৰ্ষস্থান দখল কৰিছে ব্ৰিটিছ পপ তাৰকা এড শ্বীৰানে। তেওঁৰ অনুৰাগী ১১.৩ কোটিতকৈ অধিক। দ্বিতীয় স্থানত আছে পপ তাৰকা আৰিয়ানা গ্ৰেণ্ডে, যাৰ প্ৰায় ৯১ লাখ অনুৰাগী আছে। তেওঁৰ পিছে পিছে অৰিজিত।

অৰিজিতৰ জন্ম হৈছিল পশ্চিমবংগৰ মুৰ্ছিদাবাদত। জিয়াগাঞ্জত ডাঙৰ হোৱা। তেওঁ এতিয়া বলীউডৰ অন্যতম জনপ্ৰিয় প্লেবেক গায়ক।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক