--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বৰ্তমানৰ অলিম্পিকৰ দৃষ্টি আকৰ্ষণ কৰিছে মনু ভাকেৰে। তেওঁ স্বাধীনতাৰ পিছত এটা অলিম্পিকত দ্বৈত পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়। সেই মনুৰ ছবি ব্যৱহাৰ কৰি অবৈধ বিজ্ঞাপনৰ অভিযোগ উত্থাপন হৈছে। সেয়ে মনুৰ টীমে প্ৰায় এক ডজন সংগঠনলৈ আইনী পত্ৰ প্ৰেৰণ কৰিছে।

 

মনুৰ পৰিচালন সঞ্চালক নীৰৱ টোমাৰে সংবাদ মাধ্যমৰ আগত কয়, ‘মনুৰ সৈতে জড়িত নহয়, কিন্তু তেওঁৰ ছবি ব্যৱহাৰ কৰি বিজ্ঞাপন দি থকা ২৪টা কোম্পানী আছে। অবৈধ কাম কৰিছে। অবৈধভাৱে উপাৰ্জন কৰি আছে। আমি সেই সকলোবোৰ সংগঠনলৈ আইনী চিঠি প্ৰেৰণ কৰিছো।

 

কিন্তু কেৱল মনু নহয়, পেৰিছত পদক দাবী কৰা ভাৰতীয় বেডমিণ্টন তাৰকা সাতৱিকছাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীৰ ছবি অবৈধ ব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে। সাতৱিকৰ দলৰ এগৰাকী মুখপাত্ৰই কয়, “যি সংগঠন তেওঁলোকৰ পৃষ্ঠপোষক নহয়, সেইবোৰে তেওঁৰ ছবি ব্যৱহাৰ কৰিব নোৱাৰে। যদি এনেকুৱা হয় তেন্তে আমি আইনী ব্যৱস্থা লবলৈ বাধ্য হম।অৱশ্যে এই পৰ্যন্ত কাকো কোনো আইনী পত্ৰ প্ৰেৰণ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক