--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কণমানিজনীৰ উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যৰ উন্নত চিকিৎসালয়ত লৈ যোৱাৰ মন কণমানিজনীৰ মাতৃৰ। কিন্তু হাতত নাই ধন।

ডিজিটেল ডেস্ক: এক হৃদয় বিদাৰক মৰ্মান্তিক ঘটনা৷ এটা দুৰ্ভগীয়া পৰিয়ালৰ মৰ্মবেদনা। তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ কৈলাশপুৰ মদাৰখাটৰ নিউটন মেছ আৰু ৰুলী মেছৰ মাত্ৰ এক বছৰীয়া কন্যা সন্তানৰ শৰীৰত দেখা দিছে এক জটিল চৰ্ম ৰোগ। 


কণমানিজনীৰ নাম নিভাস্নী মেছ। জীৱনটো ভালকৈ ফুলিবলৈ নাপাওতেই জীৱন-মৃত্যুৰ যুঁজ দিব লগা হৈছে নিভাস্নীয়ে। 


দৰিদ্ৰ পৰিয়ালটোৱে কণমানিজনীক ডিব্ৰুগড়ৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসা কৰোৱাই আছে। কণমানি নিভাস্নীৰ চিকিৎসাৰ বাবে পিতৃ-মাতৃয়ে সাঁচতীয়া ধনৰ লগতে বিক্ৰী কৰিছে পৈতৃক সম্পত্তি। 


কণমানিজনীৰ উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যৰ উন্নত চিকিৎসালয়ত লৈ যোৱাৰ মন কণমানিজনীৰ মাতৃৰ। কিন্তু হাতত নাই ধন। যাৰ বাবে এখোজ আগুৱাই দুখোজ পিছুৱাবগলীয়া হৈছে দুৰ্ভগীয়া পৰিয়ালটো। 


পৰিয়ালটোৰ বাবে এতিয়া একমাত্ৰ ভৰষা চৰকাৰ তথা ৰাইজ। জীৱন যুদ্ধত জয়ী হ’বনে কণমানি নিভাস্নী? আপোনাৰ-মোৰ সকলোৰে সহযোগত জীৱন ৰক্ষা পৰিব কণমানিজনীৰ। 


আহক, আমি সকলোৱে মিলি অলপ সহায় কৰো দুৰ্ভগীয়া পৰিয়ালটোক । এই QR Code যোগে আপুনি আগবঢ়াব পাৰিব সহায়ৰ হাত।



মৰমলগা কনমাণি নিভাস্নীক সহায়ৰ বাবে 9678974860 এই মোবাইল নম্বৰত যোগাযোগ কৰাৰ বাবে আহ্বান৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ