--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কোনো কূটাঘাটকাৰীয়ে যাতে কূটাঘাট সংঘটিত কৰিব নোৱাৰে তাৰ বাবে কটকটীয়া তালাচী অভিযান চলায় আছে আৰক্ষীয়ে।

ডিজিটেল ডেস্কঃ সমাগত বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনৰ আগত বা পিছত কোনো লোকে যাতে নিৰ্বাচন বিধি উলংঘা কৰিব নোৱাৰে তাৰ বাবে মহানগৰ আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে।


বিশেষকৈ প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে নাৰেংগী-চন্দ্ৰপুৰ ঘাইপথত অস্থায়ী তালাচী চকী স্থাপন কৰি ঘাইপথটোত চলাচল কৰা উজনি-নামনিৰ প্ৰতিখন যান বাহন তন্নতন্নকৈ তালাচী চলাইছে।


নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কোনো কূটাঘাটকাৰীয়ে যাতে কূটাঘাট সংঘটিত কৰিব নোৱাৰে তাৰ বাবে কটকটীয়া তালাচী অভিযান চলায় আছে আৰক্ষীয়ে। বিশেষ কৈ আগন্তুক নিৰ্বাচনত কোনো ভোটাৰ যাতে ভীতিগ্ৰস্ত হৈ থাকিব নালাগে তাৰ বাবে ফুট পেট্ৰলিং , নাকা চেকিং চলাইছে প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে। 


তদুপৰি কোনো লোকে অবৈধভাৱে বৃহৎ পৰিমাণৰ ধন লৈ ঘূৰি ফুৰিব নোৱাৰে তাৰ ওপৰত চোকা দৃষ্টি ৰাখিছে প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ