--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰবীণ গায়িকা অনুৰাধা পাড়োৱালে শনিবাৰে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। অনুৰাধন পাড়োৱালে লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ কিছুসময় পূৰ্বে বিজেপিত যোগদান কৰে। ৰাজনৈতিক বিশ্লেষকসকলৰ পৰ্যালোচনা অনুসৰি দলটোৱে তেওঁক নিৰ্বাচনৰ বাবে গুৰুদায়িত্ব দায়িত্ব দিব পাৰে। তেওঁ দলটোৰ তাৰকা প্ৰচাৰক হ'ব পাৰে।

অনুৰাধা পাড়োৱাল হিন্দী চলচ্চিত্ৰৰ এগৰাকী বিখ্যাত গায়িকা। চলচ্চিত্ৰ জগতৰ পাছত তেওঁ এতিয়া ভজন গানৰ পৃথিৱীত নিমগ্ন হৈ আছে। ১৯৫৪ৰ ২৭ অক্টোবৰত মুম্বাইত জন্মগ্ৰহণ কৰা অনুৰাধাই ১৯৭৩ চনত অমিতাভ বচ্চন আৰু জয়াপ্ৰদাৰ ছবি 'অভিমান'ৰ সৈতে গানৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। অনুৰাধা পাড়োৱালক 'আশিকী', 'দিল হে কি মন্তা নাহি' আৰু 'বেটা' চলচ্চিত্ৰৰ বাবে ফিল্মফেয়াৰ বঁটা প্ৰদান কৰা হৈছিল।

পাঁচ দশকতকৈও অধিক সময়ৰ কেৰিয়াৰত অনুৰাধা পাড়োৱালে গুজৰাটী, হিন্দী, কানাড়া, মাৰাঠী, সংস্কৃত, বাংলা, তামিল, তেলেগু, ওড়িয়া, অসমী, পঞ্জাবী, ভোজপুৰী, নেপালী আৰু মিথিলীকে ধৰি একাধিক ভাষাত ৯হাজাৰৰো অধিক গান আৰু ১৫০০ৰো অধিক ভজন ৰেকৰ্ড কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক