--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধুনীয়া আৰু গ্লেমাৰাছ অভিনেত্ৰী আয়েশা টাকিয়াৰ অনুৰাগী অজস্ৰ। 'টাৰজান দ্যা ৱণ্ডাৰ কাৰ’ৰ যোগেৰে বলিউডত সফল অভিষেক ঘটা অভিনেত্ৰীগৰাকীয়ে কেৰিয়াৰৰ শিখৰত হঠাতে এগৰাকী হোটেল ব্যৱসায়ীৰ সৈতে বিবাহপাশত আবদ্ধ হৈ অভিনয় এৰি দিয়াৰ সিদ্ধান্ত লয়। আয়েছাৰ এই সিদ্ধান্তই তেওঁৰ বহু অনুৰাগীক বিচলিত কৰি তুলিছিল। 

 কিন্তু বলীউডত অধিক সফলতা অৰ্জন কৰাৰ সাম্যৰ্থ থকা আয়েশাই অভিনয় এৰাৰ সিদ্ধান্ত কিয় লৈছিল? খবৰ অনুসৰি, হোটেল ব্যৱসায়ী, বিখ্যাত ৰাজনীতিবিদ আবু আজমীৰ পুত্ৰ ফাৰহান আজমীৰ সৈতে আয়েছাৰ বিবাহে তেওঁক বলীউডৰ এৰিবলৈ বাধ্য কৰাইছিল। বিয়াৰ অতি সোনকালেই তাই এটি ল’ৰা মিখাইলৰ মাতৃ হৈছিল।

কেইবছৰমান বৈবাহিক আনন্দ আৰু মাতৃত্ব উপভোগ কৰাৰ পিছত আয়েশাই বলীউডত পুনৰ প্ৰত্যাৱৰ্তনৰ পৰিকল্পনা কৰা বুলি চৰ্চা চলিছিল। কিন্তু যোৱা কেইবছৰমানৰ পৰা চলচ্চিত্ৰ জগত এৰি অহাৰ লগে লগে পৰিস্থিতিৰ ভয়াৱহ পৰিৱৰ্তন ঘটিছিল। নতুন নতুন অভিনেত্ৰীয়ে চলচি্চত্ৰ ব্যৱসায়ত প্ৰৱেশ কৰিছিল, দাবী আৰু প্ৰয়োজনীয়তা সলনি হৈছিল।

গুজৱ প্ৰচাৰ হৈছিল যে আয়েছাই একাধিকবাৰ প্লাষ্টিক চাৰ্জাৰী কৰিছিল আৰু আনকি বলীউডৰ পাৰ্টিতো অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল যাতে তেওঁ কামবেক কৰিব পাৰে। অৱশ্যে আয়েছা টাকিয়াই চিনেমাত ৰ’ল দিবলৈ কোনেও কোনো আগ্ৰহ প্ৰকাশ নকৰিলে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ