--°C
Loading...
Listen to Article
2 min read
80%

বৈঠালাংছঃ আজি বিধানসভা নিৰ্বাচনৰ ২য় পৰ্যাৰ ভোটগ্ৰহণৰ দিন। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভোটকেন্দ্ৰসমূহত পুৱাৰেপৰা ভোটাৰসকলে ভিৰ কৰাৰ লগতে ভোটকেন্দ্ৰসমূহো সজাই-পৰাই তোলা হৈছে। ২০নং বৈঠালাংছ বিধানসভা সমষ্টিৰ অন্তৰ্গত খেৰণিৰ এটি ভোটকেন্দ্ৰ ‘আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ’ হিচাপে বিবেচিত হৈছে।

আৰু পঢ়িব পাৰিব : ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ : ইভিএমত বন্দী হ’ব ৩৪৫ জন প্ৰাৰ্থীৰ ভাগ্য

খেৰণি আদৰ্শ প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰটোৰ নাম Festival of Democracy (গণতান্ত্ৰিক উৎসৱ)। আটকধুনীয়াকৈ সজাই তোলা মঞ্চৰ ভিতৰত ক্ৰমে ২১১ আৰু ২১০ নম্বৰৰ ভোটগ্ৰহণ কেন্দ্ৰ দুটা স্থাপন কৰা হৈছে।

আৰু পঢ়িব পাৰিব  : ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰেপৰা বৰ্তমানলৈ জব্দ ২৪.৫০ কোটি নগদ ধন

উল্লেখ্য যে, ২১০টা ভোটগ্ৰহণ কেন্দ্ৰত আছে সৰ্বমুঠ ১০১৪গৰাকী ভোটাৰ, ইয়াৰে মহিলা ভোটাৰ ৪৯২জন আৰু পুৰুষ ৫২২গৰাকী। আনহাতে ২১১টা ভোটগ্ৰহণ কেন্দ্ৰত আছে সৰ্বমুঠ ৮০৭গৰাকীৰ ভোটাৰ। ইয়াৰে ৩৭২গৰাকীৰ মহিলা ভোটাৰৰ বিপৰীতে ৪৩৫গৰাকী পুৰুষ ভোটাৰ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ