--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ OpenAIৰ বিষয়ে বিশ্ববাসীক সজাগ কৰা সূচীৰ বালাজীৰ ৰহস্যজনক মৃত্যু৷ ছানফ্ৰান্সিস্কোৰ এপাৰ্টমেণ্টত উদ্ধাৰ ২৬ বছৰীয়া সূচীৰৰ নিথৰ দেহ৷

ভাৰতীয়-আমেৰিকান AI গৱেষক সূচীৰ বালাজী আছিল এগৰাকী হুইচেল ব্ল’ৱাৰ৷ তেওঁ OpenAI ৰ বাবে কাম কৰিছিল আৰু তাৰ পিছত এই কোম্পানীটোৰ বিৰুদ্ধে মাত মাতিছিল৷

সূচীৰে আত্মহত্যা কৰিছে বুলি সন্দেহ কৰা হৈছে। চাৰি বছৰ ধৰি OpenAIৰ বাবে উৎকৃষ্ট কাম কৰা আৰু Chat GPTৰ বিকাশৰ ক্ষেত্ৰত ডাঙৰ ভূমিকা গ্ৰহণ কৰা বালাজীয়ে Open AIৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰাৰ সময়ত তেওঁ বিশ্ববাসীৰ চৰ্চালৈ আহিছিল।

সূচীৰে কয় যে সাংবাদিক, লেখক, প্ৰগ্ৰেমাৰ আদিৰ কপিৰাইটযুক্ত সামগ্ৰীৰ অনুমতি অবিহনে ব্যৱহাৰ কৰি ChatGPT সৃষ্টি কৰা হৈছে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ বহু ব্যৱসায়ত পৰিব। তেওঁৰ জ্ঞানে OpenAIৰ বিৰুদ্ধে চলি থকা আইনী গোচৰসমূহত ডাঙৰ প্ৰভাৱ পেলালেহেঁতেন।

মাত্ৰ ২৬ বছৰ বয়সতে তেওঁ কিয় এই সিদ্ধান্ত ল’লে সেয়া এতিয়াও অজ্ঞাত। আৰক্ষীৰ তদন্ত চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক