--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীঃ বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থটো দিন। অপৰাধ-অপৰাধীৰ সন্দৰ্ভত সদনত মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অপৰাধ সকলো সমষ্টিতে অব্যাহত আছে। গতিকে অপৰাধৰ তদন্তৰ দায়িত্ব সম্পূৰ্ণভাৱে আৰক্ষীক প্ৰদান কৰিব লাগে। চি আৰ পি চি, আই পি চি ৰ ওপৰত মন্ত্ৰী-বিধায়কে মাত মাতিব নালাগে বুলিও মখ্যমন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে।

বৰ্তমানৰ চৰকাৰে অপৰাধৰ ক্ষেত্ৰত শূন্য সহনশীল গ্ৰহণ কৰা বুলিও কোৱাৰ লগতে আৰক্ষীক কাম কৰিবলৈ দিব লাগে আৰু এইক্ষেত্ৰত বিধায়কে মাত নামাতিব বুলিও ড০ শৰ্মাই দোহাৰে। সকলো অপৰাধীয়েই কয় তেওঁ বা তেওঁৰ পৰিবাৰ নিৰপৰাধী বুলি। সমষ্টিয়ে সমষ্টিয়ে অপৰাধী আছে। জালুকবাৰী সমষ্টিলৈ মহাত্মা গান্ধী অহাৰ পাছতো সমষ্টিতো চোৰ-ডকাইত হৈ আছে। বিধায়কসকলে সমাজৰ দুৰ্বল মানুহৰ লগত থাকিবলৈ শিকিব লাগে বুলিও নীতিশিক্ষা প্ৰদান কৰে। ‘জালুকবাৰীতকৈ ধিং সমষ্টিক বেছি ভাল পাওঁ’- বুলিও ভাষণত সদৰী কৰে শৰ্মাই। গতিকে ধিঙক অপৰাধমুক্ত সমষ্টি হিচাপে গঢ়ি তুলিম বুলিও মুখ্যমন্ত্ৰীয়ে কয়। এতিয়াৰেপৰা ধিঙলৈ এছ পি আনন্দ মিশ্ৰ বেছিকৈ যাব বুলিও মুখ্যমন্ত্ৰী মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ