--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : সেউজীয়া চাদৰ-মেখেলা পৰিধান কৰি হাতত মৰাপাটৰ বেগ লৈ মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীৰ সৈতে সদনত প্ৰৱেশ অজন্তা নেওগৰ৷ অসম বিধানসভাত ২০২১-২২ বৰ্ষৰ বাজেট দাখিল কৰে আজি৷ ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট দাখিল৷ বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে প্ৰথমখন বাজেট৷ বাজেট দাখিল কৰা প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগ৷

ক’ভিড পৰিস্থিতিয়ে অসমৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাইছে৷ বিৰোধীৰ সহায়-সহযোগিতা কামনা চৰকাৰৰ৷ বিস্তৃত লক্ষ্যৰে আত্মনিৰ্ভৰ অসমৰ শ্ল’গান৷ ৫ বছৰীয়া কাৰ্যকালত বাজেট প্ৰস্তাৱ গ্ৰহণ কৰা হ’ব৷ শান্তি অবিহনে উন্নয়নমূলক কাম কৰাটো সম্ভৱ নহয়৷ ক’ভিড জয়ৰ বাবে ধনৰ যোগান চৰকাৰৰ প্ৰধান দায়িত্ব৷ টিকাকৰণ গণ আন্দোলনলৈ ৰূপান্তৰ কৰা হ’ব৷ মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি দিছে জনগণে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ