--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমৰ মায়াংক চক্ৰৱৰ্তীয়ে আজি অন্ত পৰা ১৭ বছৰ অনূৰ্ধৰ ৰাষ্ট্ৰীয় দবাত বিজয়ী হৈছে। মায়াংকে ১১ ৰাউণ্ডৰ পৰা ৮.৫ পইণ্ট সংগ্ৰহ কৰি খিতাপ দখল কৰে। তামিলনাডুৰ এছ হৰ্সদেও ৮.৫ পইণ্ট সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্ক’ৰৰ ভিত্তিত দ্বিতীয় স্থান লাভ কৰে৷ তামিলনাডুৰে হৰ্ষ সুৰেশে ৮ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে।
  
এই জয়ৰ সূত্ৰে মায়াংকই ৯০,০০০ টকা পুৰস্কাৰ হিচাপে লাভ কৰে।এই জয়ৰ সূত্ৰে মায়াংকে ২০২৩  চনত অনূৰ্ধ ১৮ বছৰ দবা প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব। এই প্ৰতিযোগিতাখন ৩০ জুনৰ পৰা ৯ জুলাইলৈ ওড়িশাৰ ভুবনেশ্বৰত অনুষ্ঠিত হৈছিল আৰু সৰ্বভাৰতীয় দবা মহাসংঘৰ হৈ উৰিষ্যা দবা সন্থাই আয়োজন কৰিছিল। 

মায়াংকৰ এই কৃতিত্বত সদৌ অসম দবা সন্থা, গুৱাহাটী দবা সন্থাই আৰু গুৱাহাটী দবা একাডেমিয়ে অভিনন্দন জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত ভাৰতীয় শিক্ষার্থী দলৰ চমক
বৰক্ষেত্ৰীৰ আদাট্টাৰী নৱৰাত্ৰি দুৰ্গা মন্দিৰত লক্ষাধিক টকাৰ চুৰিকাণ্ড
ইতিহাস ৰচি স্পেইনৰ বিশ্বজয়
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement