--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৰ্থনৈতিক বৈষম্যতাই পৃথক কৰা বিশ্বৰ দুখন ছবি৷ এখন ছবিত কেৱল পাঁচজন পুঁজিপতিৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি হোৱা দেখা গৈছে৷ 

আনখন ছবিত দেখা গৈছে ক্ৰমাগতভাৱে বৃদ্ধি পাইছে দৰিদ্ৰ লোকৰ সংখ্যা৷ ‘অক্সফাম’ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য৷ ২০২০ৰ পৰা বিশ্বৰ পাঁচজন ধনী মানুহৰ সম্পত্তিৰ পৰিমাণ দুগুণতকৈও অধিক বৃদ্ধি পাইছে বুলি দাতব্য সংস্থা ‘অক্সফাম’এ সদৰী কৰে৷

এই সপ্তাহত দাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চত প্ৰকাশিত দাতব্য সংস্থাটোৰ এক প্ৰতিবেদনত কোৱা হৈছে যে বিশ্বৰ এই ৫জন পুঁজিপতিৰ সম্পত্তি ২০২০চনৰ ৪০৫ বিলিয়ন ডলাৰৰ পৰা ২০২৩চনত ৮৬৯ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। তথাপি ২০২০ চনৰ পৰা বিশ্বজুৰি প্ৰায় পাঁচ বিলিয়ন লোক দৰিদ্ৰ হৈ পৰিছে বুলি অক্সফামে সদৰী কৰে৷

ক’ভিড মহামাৰীকে ধৰি এই দশকটো আৰম্ভ হোৱাৰ পৰা বিশ্ব অৰ্থনীতিত বহুতো সংকটে দেখা দিয়া দিয়া সত্ত্বেও বিলিয়নেয়াৰসকল আজি ২০২০ চনৰ তুলনাত ৩.৩ বিলিয়ন ডলাৰ ধনী।

দাতব্য সংস্থাটোৱে বিশ্বব্যাপী বৈষম্য বৃদ্ধিক লৈ উদ্বেগ প্ৰকাশ কৰিছিল৷ অক্সফামে কয়, কৰ্পোৰেট শক্তি বৈষম্য কঢ়িয়াই আনিবলৈ ব্যৱহাৰ কৰা হয়৷ শ্ৰমিকসকলক চেপি ধৰি আৰু ধনী অংশীদাৰসকলক সমৃদ্ধ কৰি, কৰ ফাঁকি দি আৰু দেশখনক বেচৰকাৰীকৰণ কৰি। এই প্ৰতিবেদনে নিগমসমূহক কৰৰ বিৰুদ্ধে এক নিৰন্তৰ আৰু অত্যন্ত কাৰ্যকৰী যুদ্ধ কৰি বৈষম্য চলাই থকাৰ অভিযোগ উত্থাপন কৰে, যাৰ সুদূৰপ্ৰসাৰী পৰিণাম হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ