--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰুণাচলত শেহতীয়াকৈ চীনৰ সেনাই নতুন ভাবুকিৰ সৃষ্টি কৰিছে৷ চীনৰ  সেনাক প্ৰতিহত কৰিবলৈ  অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এলএচি) কাষত থকা  ভাৰতীয় সেনাক  এবিধ  নতুন মিছাইল প্ৰদানৰ কথা চিন্তা কৰা হৈছে।

এই সপ্তাহতে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক উচ্চ পৰ্যায়ৰ বৈঠকত এই সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে বুলি  চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক সূত্ৰই জনোৱা মতে, 'প্ৰলয় ' নামৰ কম দূৰত্বৰ 'ভূমিৰ পৰা ভূমিলৈ' মাৰি পঠিয়াব পৰা  বেলিষ্টিক মিছাইলটো ভাৰতীয় সেনাৰ  বাবে এক  শক্তিশালী   অস্ত্ৰ হৈ পৰিব৷ 

যোৱা বছৰৰ আগষ্ট মাহত ওৰিশাৰ  চান্দিপুৰ উপকূলত প্ৰলয়ৰ  অন্তিম পৰ্যায়ৰ পৰীক্ষণ কৰা হৈছিল। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ (ডিআৰডিঅ') বিজ্ঞানীসকলে উদ্ভাৱন কৰা এই মিছাইলটোৱে   ২০০ ৰ পৰা ৫০০ কিলোমিটাৰ ব্যসাৰ্ধত আক্ৰণ চলাব পাৰে৷ ।

 উন্নত প্ৰযুক্তিৰ এই বেলিষ্টিক মিছাইলবিধে  মাজ আকাশত  গতিপথ সলনিও কৰিবলৈ সক্ষম। ফলস্বৰূপে মিছাইলবিধে   শত্ৰুৰ ইণ্টাৰচেপ্টাৰ মিছাইল এৰাই চলি   নিৰ্দিষ্ট লক্ষ্যত আঘাত হানিব পাৰিব৷  






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক