--°C
Loading...
Listen to Article
2 min read
80%

বেইজিং : অৰুণাচলৰ সমীপলৈকে চীনৰ বুলেট ট্ৰেইন। আজিৰ পৰা তিব্বত এলেকাত আৰম্ভ হ’ল সম্পূৰ্ণৰূপে বৈদ্যুতিক এই সেৱা। হিমালয়ান এলেকাৰ অতি দুৰ্গম এই অঞ্চলকো বুলেট ট্ৰেইনেৰে সংলগ্ন কৰিলে চুবুৰীয়া দেশখনে। লাছা আৰু নিয়িংচিক সংলগ্ন কৰা হৈছে এই বুলেট ট্ৰেইন সেৱাৰ জৰিয়তে।

নিয়িংচি তিব্বত সীমান্তৱৰ্তী এখন কৌশলগত কাৰণত গুৰুত্বপূৰ্ণ এখন চহৰ। কিয়নো ই অৰুণাচলৰ অতি কাষৰীয়া। লাছা-নিয়িংচি সংযোগী এই ৪৩৫.৫ কিলোমিটাৰ বুলেট ট্ৰেইনসেৱা ছিচুৱান-তিব্বত ৰে’লৱেই এই সেৱাৰ আৰম্ভণি কৰে। ১ জুলাইত দেশখনৰ শাসকীয় কমিউনিষ্ট পাৰ্টীৰ শতবৰ্ষ উদযাপনৰ পূৰ্বে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

উল্লেখ্য যে, ছিচুৱান-তিব্বত ৰে’লৱে হৈছে তিব্বতত সেৱা আগবঢ়োৱা দ্বিতীয়টো ৰে’ল সেৱা। ইয়াৰ পূৰ্বে কুইংঘাই-তিব্বত ৰে’লৱেই সেৱা আগবঢ়াই আছিল অঞ্চলটোত। চীনৰ এই পদক্ষেপ ভাৰতৰ বাবেও প্ৰত্যাহ্বানপূৰ্ণ বিবেচিত হ’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ