--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এগৰাকী অভিনেত্ৰীক অশ্লীল বাৰ্তা প্ৰেৰণ কৰি হাৰাশাস্তি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন নৃত্য পৰিচালকৰ পুত্ৰক৷ নৃত্য পৰিচালক আৰু পোছাক সহায়ক প্ৰসাদ বিদাপৰ পুত্ৰ এডাম বিদাপক গ্ৰেপ্তাৰ কৰা হয়। অভিযোগ অনুসৰি আদমে এগৰাকী অভিনেত্ৰীলৈ 'অশ্লীল' বাৰ্তা প্ৰেৰণ কৰাৰ পাছতে তেওঁৰ বিৰুদ্ধে আৰক্ষী চকীত অভিযোগ দাখিল কৰিছিল। এজন আৰক্ষী বিষয়াই এই সন্দৰ্ভত কয় যে, 'এগৰাকী মহিলাই অভিযোগ কৰিছিল যে আদম বিদাপে অভিনেত্ৰীগৰাকীক অশ্লীল বাৰ্তা প্ৰেৰণ কৰি হাৰাশাস্তি কৰি আছিল। আদমৰ বিৰুদ্ধে বেংগালুৰুৰ ইন্দিৰা নগৰ আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰা হৈছে। গোটেই বিষয়টোৰ সন্দৰ্ভত তেওঁক জেৰা কৰা হৈছে।' আদমৰ পিতৃ প্ৰসাদক ফেশ্বন জগতৰ পথ প্ৰদৰ্শক বুলি কোৱা হয়। তেওঁ পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰতো অতি সক্ৰিয় বুলি জনাজাত। অৱশ্যে, তেওঁৰ পুত্ৰৰ এই কৰ্মৰ বাবে তেওঁৰো নাম বিতৰ্কত লিপ্ত হৈছিল। অৱশ্যে তেওঁ এতিয়ালৈকে এই বিষয়ে মুখ খোলা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু