--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীঃ ৰাজ্যৰ ৰাজনীতিৰ বাবে আজি এটা বিশেষ দিন। ২০২১ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত কিছু কিছু হেভিৱেট প্ৰাৰ্থীয়েও পৰাজয়ৰ দিশে আগবাঢ়িছে। নাহৰকটীয়া আৰু দুলীয়াজানত অগ্ৰগতি লাভ কৰা নাই অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। নাহৰকটীয়াত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী তৰংগ গগৈ।

আৰু পঢ়িব পাৰিব শ্ৰমিকৰ অধিকাৰ খৰ্বঃ শ্ৰমিক দিৱসত কাম কৰিবলৈ বাধ্য কৰালে ফ’ৰলেন নিৰ্মাণ কোম্পানীয়ে

নাহৰকটীয়াত বিজেপি প্ৰাৰ্থী তৰংগ গগৈ ৫৬০৩টা ভোটত আগবাঢ়ি আছে। বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে এই পৰ্যন্ত ভোটলাভ কৰিছে ২৩২৫৪টা। আমগুৰি সমষ্টিত অগপ দলৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাৰ অগ্ৰগতিৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী অংকিতা দত্ত পিছ পৰি আছে।

আৰু পঢ়িব পাৰিব ক’ভিডত আক্ৰান্ত হৈ নগাঁৱত পুনৰ দুজনৰ মৃত্যু

ইফালে গহপুৰতো কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ বিপৰীতে উৎপল বৰাই বৰ্তমানলৈ অগ্ৰগতি লাভ কৰি আছে, আনফালে আঙুৰলতা ডেকাৰ বিপৰীতে কংগ্ৰেছৰ শিবামণি বৰা আগবাঢ়ি আছে। ফলাফল অনুসৰি বৰ্তমানলৈ পিছ পৰি আছে বিপিএপৰ প্ৰাৰ্থী প্ৰমিলাৰাণী বহ্মৰ লগতে চন্দন বহ্ময়ো বহু সংখ্যক ভোটত পিছ পৰি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ