--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এক ভয়ংকৰ বিস্ফোৰণে কঁপাই গ'ল পাকিস্তানক।পাকিস্তানৰ পাখতুনখোৱা প্ৰদেশৰ আক্কোৰা খাট্টাক জিলাৰ এটা মছজিদৰ সমীপত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনাটো। 

এই বিস্ফোৰণৰ ঘটনাৰ ফলত প্ৰায় ৫জন লোক নিহত হোৱাৰ খবৰ আহিছে। লগতে গুৰুতৰভাৱে আহত হয় কেইবাজনো লোক। ইতিমধ্যে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখযোগ্য যে ৰমজান মাহৰ পূৰ্বে সংঘটিত হয় এই বিস্ফোৰণ। আনহাতে এই বিস্ফোৰণ কেনেদৰে কোনে সংঘটিত কৰিলে বৰ্তমানলৈকে সেয়া স্পষ্ট হোৱা নাই। আজি নামাজৰ সময়তেই সংঘটিত হয় বিস্ফোৰণৰ ঘটনাটো। যাৰ বাবে নওচেৰাত প্ৰশাসনে জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। আনহাতে ঘটনাস্হলীত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

উৎস- দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ