--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টী চমুকৈ এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। মোদীৰ দিল্লীৰ বাসভৱনত দুয়োগৰাকী নেতা বৈঠকত মিলিত হয়। এই বৈঠক প্ৰায় ৫০ মিনিট চলা বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়েও দুয়োগৰাকী নেতাৰ আলোকচিত্ৰ প্ৰকাশ কৰি এই বিষয়ে টুইটযোগে সদৰি কৰে। দুয়োগৰাকী নেতাই দেশৰ বিভিন্ন বিষয় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ নতুন মিনিষ্ট্ৰী অব কোপাৰেচন, কৃষকৰ সমস্যা, দেশৰ কোভিড পৰিস্থিতি আৰু প্ৰতিষেধক সম্পৰ্কীয় আলোচনাও দুয়ো কৰা বুলি এনচিপিৰ সূত্ৰই প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ