--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : চীনৰ বিৰুদ্ধে পুনৰ হুংকাৰ দিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ভাৰত-চীনৰ লাডাখ সীমান্তত চীনা সৈন্য সমাৱেশ তথা চীনৰ অনুচিত আগ্ৰাসনক লৈ শেহতীয়াকৈ ভালেমান গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে প্ৰতিৰক্ষামন্ত্ৰী সিঙে। সীমান্তৰ পৰা চীনে সৈন্যৰ সমাৱেশ কম নকৰা পৰ্যন্ত ভাৰতেও সৈন্যৰ সংখ্যা নকমায় বুলি মন্তব্য কৰিছে সিঙে।

আৰু পঢ়িব পাৰিব : তিনিখনকৈ বাহনৰ মাজত সংঘৰ্ষ লতাশিলত !

ইয়াৰ অৰ্থ এটাই যে, ভাৰতেও যুদ্ধংদেহি ৰূপতে সীমান্ত অঞ্চলটোত চীনৰে মোকাবিলা কৰি যাব। আনহাতে চীনে সীমান্ত অঞ্চলত আন্তঃগাথনি নিৰ্মাণ কৰা সন্দৰ্ভতো তেওঁ মন্তব্য কৰে আৰু ভাৰতেও সীমান্তত এতিয়া তীব্ৰ গতিৰে আন্তঃগাথনি নিৰ্মাণ কৰি থকাৰ কথা প্ৰকাশ কৰে। শুকুৰবাৰে এই সম্পৰ্কে মন্তব্য কৰি তেওঁ কয়, ‘লাডাখ সীমান্তৰ পৰা সৈন্যৰ সমাৱেশ কম কৰা নহয়। চীনে এই কাম নকৰালৈকে ভাৰতেও সৈন্যৰ সমাৱেশ কম নকৰে।’ তেওঁ অৱশ্যে দেশ দুখৰ মাজৰ এই সংঘাত আলোচনাৰ মাজেৰে সমাধান হ’ব বুলিও আশা প্ৰকাশ কৰে।

আৰু পঢ়িব পাৰিব : শিৱসাগৰত মোদী : ভূমিপট্টা প্ৰদান, দিলে উন্নয়নৰো খতিয়ান

শেহতীয়াকৈ ভাৰতৰ ভূমিত চীনে গাঁও নিৰ্মাণ কৰা তথা অন্যান্য আন্তঃগাঠনি নিৰ্মাণ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সিঙে কয় যে, ভাৰতেও এতিয়া সীমান্তৱৰ্তী অঞ্চলত স্থানীয় বাসিন্দা তথা প্ৰতিৰক্ষা বাহিনীৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ দ্ৰুতগতিত আন্তঃগাঠনি নিৰ্মাণ কৰি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ