--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক - এই মাহতে ৰাঘৱ চাধা আৰু পৰিনীতি চোপ্ৰাৰ বিয়া হ'বলৈ ওলাইছে। শুনা গৈছে যে ২৪ ছেপ্টেম্বৰত উদয়পুৰৰ ‘দ্য অবেৰয় উদয়ভিলাছ’ হোটেলত তেওঁলোকৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হৈছে। প্ৰথমে দুয়োকে একেলগে দেখা গৈছিল মুম্বাইৰ এখন ৰেষ্টুৰেণ্টৰ বাহিৰত। কিন্তু ৰাঘৱে নিৰ্বাচনী প্ৰচাৰৰ বাবে পঞ্জাৱলৈ যোৱাৰ লগে লগে সম্পৰ্ক বাঢ়ি আহিল। বিয়াৰ কেইদিনমান আগতে ৰাঘৱে পৰিনীতিৰ কথা মুকলিকৈ ক’লে।

তেওঁলোকৰ প্ৰেমৰ আৰম্ভণি হৈছিল পঞ্জাৱৰ পৰাই। আপ নেতা ৰাঘৱে যোৱা বছৰ পঞ্জাৱত বহু সময় কটায়। কাৰণ তাত বিধানসভা নিৰ্বাচন। সেই সময়ত পৰিনীতিয়ে পঞ্জাৱত ‘চামকিলা’ ছবিৰ শ্বুটিং কৰি আছিল। তেতিয়াই দুয়োৰে কথা পাতিলে। অভিনেত্ৰীগৰাকীৰ সৈতে প্ৰথম সাক্ষাৎ কেনেকুৱা আছিল?

আপ নেতাগৰাকীয়ে এক সাক্ষাৎকাৰত কয়- ''পৰিনীতিক লগ পোৱাৰ মুহূৰ্তটো যাদুকৰী আছিল। একোৱেই জোৰ-জবৰদস্তি কৰাৰ প্ৰয়োজন নহ’ল। সকলোবোৰ অতি স্বাভাৱিকভাৱে ঘটিছিল। সেইদিনাৰ পৰা আজিলৈকে মই প্ৰতিদিনে ভগৱানক ধন্যবাদ জনাইছো যে পৰিনীতি মোৰ জীৱনলৈ আনিছে। তাইক সংগী হিচাপে পাই মই বহুত সুখী। মই প্ৰতিদিনে ভগৱানক ধন্যবাদ জনাইছো যে তেওঁ মোক পৰিনীতিক দিছে।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ