--°C
Loading...
Listen to Article
2 min read
80%

বাৰমেৰ : পিতৃৰ জলন্ত চিতাৰ ওপৰত জঁপিয়াই পৰিল এগৰাকী কন্যা। পিতৃশোকৰ দাহন সহ্য কৰিব নোৱাৰি পিতৃৰ চিতাতে কন্যাই নিজৰো প্ৰাণ বিসৰ্জন দিয়াৰ চেষ্টা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাটো সংঘটিত হৈছে ৰাজস্থানত।

আৰু পঢ়িব পাৰিব : ৰাজ্যত ড্ৰাগছৰ ব্যাপক বেহা, আৰক্ষীৰ জালত ড্ৰাগছসহ সৰবৰাহকাৰী

মহিলাগৰাকীৰ পিতৃৰ মৃত্যু হৈছিল ক’ভিড সংক্ৰমণৰ ফলত। তেওঁৰ মৃতদেহ সৎকাৰ কৰি থকাৰ সময়তে ঘটে এই অঘটন। দামোদৰদাস ছাৰদা নামৰ ৭৩বছৰীয়া লোকজনৰ তিনিগৰাকী কন্যাৰ ভিতৰত কনিষ্ঠ কন্যাগৰাকীয়ে এই ভয়ংকৰ কাৰ্য সংঘটিত কৰে। ৩৪বছৰীয়া চন্দ্ৰা ছাৰদাই পিতৃৰ জলন্ত চিতাৰ ওপৰত জঁপিয়াই পৰে।

আৰু পঢ়িব পাৰিব : শপত লৈয়ে কি বাৰ্তা দিলে মমতাই, কোনে জনালে শুভেচ্ছা?

তেওঁ শৱ সৎকাৰ অনুষ্ঠানত ভাগ লোৱা লোকসকলে উদ্ধাৰ কৰে যদিও তেওঁৰ শৰীৰ ৭০শতাংশ অগ্নিদগ্ধ হয়। ৰাজস্থানৰ বাৰমেৰৰ হাস্পতালত চিকিৎসাধীৱ অৱস্থাতে লোকজনৰ মৃত্যু হৈছিল। পিতৃশোকত দগ্ধ হৈ চিতাত জঁপিয়াই পৰা চন্দ্ৰাক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোঁৱা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ