--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰখৰ ৰ’দে আমাৰ কোমল ছাল পুৰি পেলায়৷ সকলোৱে গৰমৰ বা ঠাণ্ডাৰ দিনত মুখৰ যত্ন পাৰ্যমানে লওঁ যদিও হাত-ভৰিৰ যত্ন লোৱাত প্ৰায়ে অৱহেলা কৰোঁ৷ সাধাৰণতে গৰমকালি মুখৰ ছালখনৰ সুৰক্ষাৰ বাবে ছানস্ক্ৰিন বা বিভিন্ন প্ৰসাধন সানিহে বাহিৰলৈ ওলোৱা বা চকুৰ সুৰক্ষাৰ ক্ষেত্ৰত ছানগ্লাছ পিন্ধিহে ৰ’দত ওলোৱা দেখা যায়৷ কিন্তু ইয়াৰ বিপৰীতে তুলনামূলকভাৱে আমি প্ৰায়ভাগে হাত দুখনৰ সুৰক্ষাৰ বাবে কোনো যত্ন নলওঁ৷ ইয়াৰ ফলত গৰমৰ দিনত বাহিৰ ওলালে হাত দুখন ৰ’দে দহি ক’লা কৰি পেলায়৷ দীৰ্ঘদিন এনেদৰে অযত্নৰ ফলত ৰ’দে পোৰা হাতৰ ভয়াৱহ সমস্যাই দেখা দিব পাৰে৷ ইয়াৰ পৰা হাত সৰাৰ উপায় হিচাপে কি কৰিব, জানো আহক...

১/মুখত পৰা ক’লা দাগ আঁতৰাবলৈ আপুনি এল’ভেৰাৰ সহায় ল’ব পাৰে।এল’ভেৰাই মুখৰ ক’লা দাগ আঁতৰোৱাত যথেষ্ঠ সহায় কৰে।

২/ চাহ অলপ গৰম পানীত চাকনিৰে চেকিলৈ সেই পানীখিনি অলপ অলপ কৈ কপাহত লগাই আপোনাৰ মুখত থকা ক’লা দাগ সমূহত লগাব পাৰে।এনে কৰিলেও ক’লা দাগ সমূহ দূৰ হোৱাত সহায় হ’য়।

৩/বিলাহী আমাৰ ছালৰ বাবে অতি উপকাৰী।ঘৰতে বিলাহীৰ পেষ্ট অলপ বনাই মুখত সানিলে ক’লা দাগ আঁতৰোৱাত সহায় হ’য়।বিলাহীৰ পেষ্টটোৰ লগত যদি আপুনি দুটোপাল অলিভ অইল দিয়ে তেন্তে ই বেছি ক্ষিপ্ৰতাৰে কাম কৰে।

৪/ মচুৰ দাইলেও ছালৰ  ক’লা দাগ আঁতৰোৱাত সহায় কৰে।মচুৰ দাইলৰ পেষ্ট বনাই মুখত সানিলে ক’লা দাগ আঁতৰে।

এই সহজ উপায় কেইটাৰ পৰা সুফল পাবলৈ আপুনি নিয়মীয়াকৈ প্ৰায় এমাহ মান কৰিব পাৰে। উল্লেখযোগ্য যে ছাল উজ্বল আৰু সতেজ কৰি ৰাখিবলৈ হ’লে আমি ছালৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়।ছালখন শুকান হ’বলৈ নিদিয়াটোৱেই ভাল।ইয়াৰ লগতে যিমান পাৰি মছলা জাতীয় খাদ্য গ্ৰহণৰ পৰা নিজকে বিৰত ৰাখিব পাৰিলে ভাল৷ সেউজীয়া শাক পাচলি আৰু পানী খোৱাটো দৈনন্দিন অভ্যাসলৈ পৰিণত কৰক।দেখিব আপুনি সুন্দৰ হোৱাৰ লগতে সুস্বাস্থ্যৰ অধিকাৰী হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী