--°C
Loading...
Listen to Article
2 min read
80%


চামগুৰিঃ দুৰ্নীতিৰ ৰম্যভূমিত পৰিণত হৈছে চামগুৰিৰ লাওঁখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত শিঙিমাৰী গাঁও পঞ্চায়ত। চতুৰ্দশ বিত্তীয় আয়োগৰ কামৰ নামত শিঙিমাৰী পঞ্চায়তত এতিয়া চলিছে লুণ্ঠনৰাজ। কাম নকৰাকৈয়ে পঞ্চায়তটোৰ সভাপতি-সচিবে আত্মসাৎ কৰিছে লাখে লাখে টকা।

পূব-শিঙিমাৰীত মৰণফান্দত পৰিণত হোৱা এটা কালৰ্ভাট মেৰামতি নকৰাকৈয়ে কাগজে-কলমে মেৰামতি কৰা দেখুৱাই পঞ্চায়ত সভাপতি-সচিবে লুটিছে চতুৰ্দশ বিত্তীয় আয়োগৰ ধন।

ইফালে চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনিৰ নামত কাম নকৰাকৈ পথৰ নামত আবণ্টিত ধন সৰকাই নিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ইফালে ৰহস্যজনক কথাটো হ’ল শিঙিমাৰী পঞ্চায়ত এলেকাত চৰকাৰী কাম-কাজ হৈছেনে নাই তাক জানিবৰ বাবে ক’তো এখনো নাম-ফলক দেখা নাই!


FOLLOW US F
POPULAR
FEATURE
TRENDY
মোদী-ট্ৰাম্পৰ টেলিফোনিক বাৰ্তালাপ: পশ্চিম এছিয়াৰ শান্তি আৰু দ্বিপাক্ষিক মিত্ৰতাৰ নতুন দিশ
হাচিফা খানমক নিজৰ কন্যাৰূপে স্বীকৃতি দি আজমলে ল’লে আজীৱন শিক্ষাৰ দায়িত্ব
উজনিৰ চাহ ব্যৱসায়ী-ক্ষুদ্ৰ খেতিয়কৰ হাহাকাৰ, বন্ধ হ'ল যোৰহাটৰ চাহ নিলাম কেন্দ্ৰ
টীয়কৰ জ্যোতি বিদ্যাপীঠত বিদ্যালয় খোলাৰ প্ৰথমটো দিনতে জাতীয় সাজ-পাৰ পৰিধান শিক্ষক-শিক্ষাৰ্থী-কৰ্মচাৰীৰ
তিনিখন বিধেয়ক সদনত উত্থাপনৰ বাবে সংসদৰ অনুমোদন, লোকসভাৰ আসন বৃদ্ধিৰ বিতৰ্ক আৰম্ভ
বাক্সাৰ বৰমাত লটাৰীৰ নামত ভয়ংকৰ প্ৰবঞ্চনা; আৰক্ষীৰ কাষ চাপিল ভাগ্যৱান বিজেতা!
বহু ঔষধি গুণেৰে সমৃদ্ধ অমৰা; বিতংকৈ জানো আহক
অহা বৰ্ষৰ পৰা মেট্ৰিক পৰীক্ষাত নাথাকিব শীর্ষ স্থানৰ তালিকা
চিৰাঙৰ বিজনীত ঘৰত কোনো নথকাৰ সুযোগত কিশোৰীক মাৰপিট ৩ যুৱকৰ
শাৰীৰিক প্ৰত্যাহ্বানক নেওচি মেট্ৰিক পৰীক্ষাত উজলিল নিজজুৰীয়াৰ আতিফ আহমেদ
মন্থৰ হ'ব বিশ্বৰ অৰ্থনৈতিক বিকাশ:ক্রিষ্টালিনা জৰ্জিভা
বিহাৰৰ কাটিহাৰত শোকাৱহ পথ দুৰ্ঘটনা: বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ১৩ জনৰ মৃত্যু, আহত ৩০জন
৯২ বছৰীয়া কিংবদন্তি গায়িকা আশা ভোশলে চিকিৎসালয়ত ভৰ্তি: নাতিনীয়েকে জনালে স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ খবৰ
ভুলবশতঃ আনৰ UPI একাউণ্টত টকা পঠিয়াইছে নেকি? চিন্তা নকৰিব, এইদৰে ঘূৰাই পাব পাৰে আপোনাৰ ধন