--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আৰক্ষীয়ে ৰমজান আলীৰ পৰা এটা পলিথিন ভৰ্তি হেৰ’ইন, ১৮টা হেৰ’ইনভৰ্তি কণ্টেইনাৰ আৰু নগদ ১৬২৭০ টকা জব্দ কৰে।

ডিজিটেল ডেস্ক: ৰাজ্যজুৰি অব্যাহত থকা ড্ৰাগছবিৰোধী অভিযানৰ মাজতে মুকালমুৱা আৰক্ষীয়ে এক সফল অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰ’ইনসহ চাৰিজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। 


গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীৰ এটা দলে বালিকুছি গাঁৱৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ৰমজান আলীৰ ঘৰত তালাচী চলায়। অভিযানত ৰমজান আলীৰ পত্নী আৰিফি বেগমক আটক কৰে।


আৰক্ষীয়ে ৰমজান আলীৰ পৰা ১৮টা হেৰ’ইনভৰ্তি কণ্টেইনাৰ, এটা পলিথিন ভৰ্তি হেৰ’ইন আৰু নগদ ১৬২৭০ টকা জব্দ কৰে । ইফালে আৰক্ষীয়ে আন এক পৃথক অভিযানত লাৰকুছি অঞ্চলৰ পৰা ৬১.১৫ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ কৰে।


এই কাৰ্যত জড়িত থকাৰ অভিযোগত ৰুবুল হক, আয়ন আলী আৰু ৰকিবুল নামৰ তিনিজন যুৱকক কৰায়ত্ত কৰা হয়।


আৰক্ষীৰ এই তৎপৰতাক স্থানীয় ৰাইজে আদৰণি জনাইছে। ধৃত লোককেইজনক বৰ্তমান অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ