--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ১নং গায়ন গাঁৱত বহু দিন ধৰি আজিজুল হক নামৰ যুৱকজনে পত্নী ৰূকিয়া খাতুনৰ সৈতে অবৈধভাৱে নিচা জাতীয় সামগ্ৰী বিক্ৰী কৰা বুলি ৰাইজে সদৰী কৰে।

ডিজিটেল ডেস্ক: নগাওঁ জিলাৰ ধিং থানাৰ অন্তৰ্গত ১নং গায়ন গাঁৱত আজি নিষিদ্ধ নিচাজাতীয় সামগ্ৰী সৰবৰাহকাৰীৰ বিৰুদ্ধে বিভিন্ন শ্লগানেৰে কঁপাই তুলে গাঁৱৰ ৰাস্তা-ঘাট। হাতে হাতে প্লে কাৰ্ড লৈ জুৱা, মদ, ভাং, আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে উলাই আহিল শতাধিক সচেতন পুৰুষ মহিলা।


উল্লেখ্য যে ১নং গায়ন গাঁৱত বহু দিন ধৰি আজিজুল হক নামৰ যুৱকজনে পত্নী ৰূকিয়া খাতুনৰ সৈতে অবৈধভাৱে নিচা জাতীয় সামগ্ৰী বিক্ৰী কৰা বুলি ৰাইজে সদৰী কৰে।


আজি প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই আৰক্ষী প্ৰশাসনক অনুৰোধ জনাই কয় যে অতি শীঘ্ৰে নিচাজাতীয় দ্ৰব্যৰ বেহা কৰা আজিজুলৰ বিৰূদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।


নৱপ্ৰজন্মক দিনে দিনে তিল তিলকৈ মৃত্যুৰ মুখত ঠেলি দিয়াই নহয় তেওঁলোকৰ ঘৰৰ সা-সামগ্ৰী টিনপাত, বিক্ৰী কৰি নিজৰ পৰিয়ালৰ সৰ্বনাশ কৰি দিছে।


গতিকে নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহকাৰী সকলক উচিত শাস্তি দিবলৈ আৰক্ষী প্ৰশাসনক বিনম্ৰভাবে অনুৰোধ জনাইছে সচেতন মহলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ