--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৃথিৱীৰ শ্ৰেষ্ঠ সুদৰ্শন পুৰুষ কোন বুলি ক’লেই মনলৈ আহে হলিউডৰ জনপ্ৰিয় অভিনেতা ৰবাৰ্ট পেটিনছনৰ কথা। অৱশ্যে দুবছৰ ধৰি তেওঁ এই খিতাপ দখল কৰি আছে যদিও এইবাৰ তেওঁ প্ৰথম নহয়। কিম তাহিয়ুং তেওঁৰ পাছতে আটাইতকৈ সুদৰ্শন পুৰুষ হিচাপে পৰিগণিত হৈছে।

 কিম তাহিয়ুং অৰ্থাৎ যাক সকলোৱে বি টি এছ এৰ ‘ভি বুলি চিনি পায়। অৱশ্যে হলিউডক এৰি থৈ যোৱা কেৱল তেওঁ নহয়। এৰি থৈ গল সকলো অধিক বিখ্যাত তৰা-ষ্টেড মানুহ। বিশ্বৰ আটাইতকৈ সুদৰ্শন পুৰুষৰ তালিকাত দ্বিতীয় স্থানত আছে আমেৰিকান অভিনেতা, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ পল ৰুড। তৃতীয় স্থানত ৰবাৰ্ট পেটিনছন আৰু চতুৰ্থ স্থানত আছে বলীউডৰ অভিনেতা ঋতিক ৰোচন।

 এই তালিকাত প্রাক্তন ফুটবলাৰ ডেভিদ বেকহামও শীৰ্ষ পাঁচটাৰ ভিতৰত আছে। একে সময়তে আমেৰিকাৰ অভিনেতা টম ক্ৰুজকো বিশ্বৰ অন্যতম সুদৰ্শন পুৰুষ হিচাপে উল্লেখ কৰা হৈছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি