--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ছৌদি আৰবৰ ক্ৰাউন প্ৰিন্সে দেশখনত খাৰুৱা তেলৰ ব্যৱহাৰ বৰ্জিত এক ভৱিষ্যতৰ পৰিকল্পনা কৰি অলপতে তেওঁৰ শেহতীয়া লক্ষ্যৰ কথা প্ৰকাশ কৰে৷ যাৰ উদ্দেশ্য হৈছে শূন্য কাৰ্বন নিৰ্গমন থকা এক গাড়ী আৰু পথমুক্ত চহৰ নিৰ্মাণ কৰা৷

আৰু পঢ়িব পাৰিব : পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি, গুলীচালনাত আহত ৬

'The Line' নামৰ ১৭০ কিলোমিটাৰ দীঘল "নিওম" নামৰ এক পূৰ্ব-ঘোষিত ৫০০ বিলিয়ন ডলাৰ মেগা প্ৰকল্পৰ অংশ হ'ব এই চহৰ৷ ক্ৰাউন প্ৰিন্স মোহাম্মদ বিন ছলমানে দেওবাৰে দূৰদৰ্শনত দিয়া এটা ভাষণত এই কথা প্ৰকাশ কৰিছে। এই বছৰৰ প্ৰথম তিনি মাহত চহৰখনৰ নিৰ্মাণ আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে।

আৰু পঢ়িব পাৰিব : গালোৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘাতৰ ৫ শ্বহীদলৈ সন্মান…

জানিব পৰামতে চহৰখনত এক খোজ কাঢ়ি চলা-ফুৰা কৰিব পৰা 'হাইপাৰ-সংযোজিত ব্যৱস্থা থাকিব য'ত গাড়ী আৰু ৰাস্তা নাথাকিব আৰু ইয়াক প্ৰকৃতিৰ চাৰিওফালে নিৰ্মাণ কৰা হ'ব। তদুপৰি চহৰখনত ১ নিযুত বাসিন্দা থাকিব আৰু ২০৩০ চনৰ ভিতৰত ইয়াত ৩,৮০,০০০ চাকৰি সৃষ্টি কৰা হ'ব বুলি প্ৰকাশ কৰা হৈছে। অৱশ্যে এই পৰিকল্পনাৰ প্ৰত্যাশিত ব্যয় বা ইয়াত কেনেদৰে পুঁজি ব্যৱহাৰ কৰা হ'ব তাৰ বিৱৰণ প্ৰদান কৰা হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ