--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : স্বাস্থ্য বিভাগে জাৰি কৰা ক’ভিডৰ নীতি-নিৰ্দেশনা পালন কৰি আজি অসমত বহু প্ৰতীক্ষিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে৷ অসমৰ ৪৭টাকৈ গুৰুত্বপূৰ্ণ সমষ্টিত আজি ভোটগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে৷ মুঠ ১১,৫৩৭টা কেন্দ্ৰত আজি আজি ভাগ্য নিৰ্ণয় হ’ব ২৬৪জন প্ৰাৰ্থীৰ৷

আৰু পঢ়িব পাৰিব : প্ৰেমৰ বাবে কি যে কৰিব নোৱাৰে মানুহে! এই ঘটনা মহাৰাষ্ট্ৰৰ…

ইয়াৰে ২৪১জন পুৰুষ ২৩গৰাকী মহিলা প্ৰাৰ্থীয়ে এইবাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ জোনাই সমষ্টিত আছে সৰ্বাধিক ভোটাৰ৷

জোনাই সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ৩,১১,৬৬০জন আৰু থাওৰা সমষ্টিত সৰ্বনিম্ন ভোটাৰ ১,১৫,৩৬৪জন৷

আৰু পঢ়িব পাৰিব : পুনৰ অসমত অমিত শ্বাহঃ ৬ জনগোষ্ঠীক জনজাতিকৰণ!

ভোটকেন্দ্ৰত নিয়োজিত হৈছে মুঠ ২,৪১,২৬৯ গৰাকী কৰ্মচাৰী৷ তদুপৰি ৫০ শতাংশ ভোটকেন্দ্ৰত থাকিব কেমেৰা৷ আজি প্ৰাৰ্থী হিচাপে আছে ৫জনকৈ মন্ত্ৰী৷ লগতে ইভিএমত বন্দী হ’ব বিৰোধী দলপতিৰ ভাগ্য৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ