--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইৰানে ইয়াৰ প্ৰথমখন ড্র'ন-বাহক যুদ্ধ জাহাজ বৃহস্পতিবাৰে মুকলি কৰাৰ কথা ঘোষণা কৰিছে। 

দেশখনৰ চৰকাৰী সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি, এই যুদ্ধ জাহাজখনে দেশখনৰ পৰা সুদূৰ মহাসাগৰসমূহলৈ ড্র'ন কঢিয়াই নিয়াত সমর্থৱান হ'ব। এই যুদ্ধ জাহাজখন দেশখনৰ নৌ বাহিনীয়ে ব্যৱহাৰ কৰিব। 'শ্বাহিদ বাঘেৰী' নামৰ যুদ্ধ জাহাজখনে বিভিন্ন ড্ৰ'নৰ লগতে হেলিকপ্টাৰ, ক্রুজ মিছাইলো নিক্ষেপ কৰিব পৰা যাব বুলি সংবাদ মাধ্যম আই আৰ এন এই সদৰী কৰে। 

এই যুদ্ধ জাহাজখনত ১৮০ মিটাৰ দৈৰ্ঘ্যৰ এটা 'ৰানৱে' ড্ৰ'নবোৰৰ বাবে থাকিব আৰু বন্দৰসমূহত পুনৰ ইন্ধন নোলোৱালৈকে ২২,০০০ সামুদ্রিক মাইল দূৰত্ব ভ্ৰমণ কৰিব পাৰিব।

উৎসঃ- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ