--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন পুনৰ কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। বহু আগতেই তেওঁৰ টিকাকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছিল। হোৱাইট হাউছে আজি এই বিষয়ে অৱগত কৰে। হোৱাইট হাউছৰ সচিব কাৰিনা জা-পিয়েৰেও কয় যে, বাইডেনৰ লক্ষণসমূহ ইমান উদ্বেগজনক নহয়।

স্বাভাৱিকতে, কৰ’নাক্ৰান্ত হোৱা বাইডেনক আছুতীয়াকৈ ৰখাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে। আছুতীয়া কক্ষৰ পৰাই তেওঁ কাম কৰি যাব আৰু তাৰ পৰাই তেওঁ সকলো প্ৰয়োজনীয় ফোন উত্তৰৰ লগতে প্ৰয়োজনীয় নিৰ্দেশনা দি থাকিব। জুমৰ সহায়ত পৰিয়ালৰ সদস্য সকলৰ সৈতেও যোগাযোগ ৰাখিব পাৰিব তেওঁ।

মঙলবাৰে বাইডেনৰ কৰ’না পৰীক্ষা কৰা হৈছিল। কিন্তু সেইদিনা তেওঁৰ ৰিপৰ্ট নেগেটিভ আহিছিল। খবৰ অনুসৰি, যিহেতু তেওঁৰ সকলো টিকাকৰণ আৰু বুষ্টাৰ ড’জ লোৱা হৈছে, গতিকে অতি শীঘ্ৰে তেওঁ আৰোগ্য লাভ কৰিব বুলি আশাবাদী চিকিত্‍সক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন