--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমলৈ আহিছে ইজনৰ পাছত সিজনকৈ দলীয় শীৰ্ষ মন্ত্ৰী-নেতা৷ অহা ৭ ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ জানিব পৰা মতে ঢেকিয়াজুলীত জনসভাত অংশ ল’ব মোদীয়ে৷

আৰু পঢ়িব পাৰিব : আলফাৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ এজন

নিৰ্বাচনী প্ৰচাৰৰ এই জনসভাত প্ৰায় ৫ লাখ লোক সমবেত কৰাৰ লক্ষ্য কৰিছে বিজেপিয়ে৷ জানিব পৰা মতে মোদীয়ে দুখন চিকিত্সা মহাবিদ্যালয়ৰ আধাৰশিলা কৰিব৷ ঢেকিয়াজুলীৰ পৰাই মোদীয়ে কৰিব আধাৰশিলা৷

আৰু পঢ়িব পাৰিব : প্ৰতিবাদী কৃষকৰ সন্মুখত নতুন প্ৰত্যাহ্বান, সিংঘুত উত্তপ্ত পৰিস্থিত

মোদীয়ে চৰাইদেউ আৰু বিশ্বনাথত নতুন চিকিত্সা মহাবিদ্যালয়ৰ লগতে ‘অসম মালা প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰিব৷ ঢেকিয়াজুলীৰ সভা ৰাজ্যিক বিজেপিৰ বাবে প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে৷ যোৱা ২৩ জানুৱাৰীত হৈ যোৱা শিৱসাগৰৰ জনসভাক লৈ প্ৰধানমন্ত্ৰী সন্তুষ্ট নহয় বুলি জানিব পৰা গৈছে৷ বিভিন্ন কাৰিকৰী বিজুতীৰ লগতে অধিক লোক সমবেত নোহোৱাত প্ৰধানমন্ত্ৰীয়ে অসন্তুষ্টি প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ