--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তান অধিকৃত কাশ্মীৰৰ ৰাজধানী মুজাফ্ফৰাবাদত অৰ্ধসামৰিক ৰেঞ্জাৰে প্ৰতিবাদকাৰী জনতাৰ ওপৰত  গুলীচালনা কৰাৰ ফলত কমেও তিনিজন লোক নিহত হোৱাৰ লগতে  ছজন লোক আহত হৈছে।  আটাৰ উচ্চ মূল্য আৰু বিদ্যুতৰ বিল বৃদ্ধিৰ বিৰুদ্ধে শ শ প্ৰতিবাদকাৰীয়ে আজি মুজাফ্ফৰাবাদত প্ৰতিবাদ সাৱস্ত্য কৰিছিল। 

 প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণ কৰিবলৈ অৰ্ধসামৰিক ৰেঞ্জাৰে তেওঁলোকৰ ওপৰত গুলীচালনা কৰে। নিৰাপত্তাবাহিনীৰ  ১৯ খন বাহনৰ কনভয়টোৱে খাইবাৰ পাখতুনখোৱাৰ সীমান্তৱৰ্তী গাওঁ ব্ৰাৰকোটৰ সলনি কোহালাৰ মাজেৰে গৈ আছিল। কনভয়টো মুজাফ্ফৰাবাদৰ ওচৰ পাওতে প্ৰতিবাদকাৰীয়ে নিৰাপত্তা বাহিনীক লক্ষ্য কৰি শিল নিক্ষেপ কৰে। নিৰাপ্তা বাহিনীয়ে প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ  কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে  গুলীবৰ্ষণ কৰে। 

ফলত তিনি জন প্ৰতিবাদকাৰী নিহত হয়।  শনিবাৰেও অঞ্চলটোত  আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা  সংঘৰ্ষত ১০০ ৰো অধিক লোক আহত হৈছিল আৰু  এজন আৰক্ষী বিষয়াৰ মৃত্যু ঘটিছিল। উল্লেখ্য পাক অধিকৃত কাশ্মীৰত পাকিস্তানৰ চৰকাৰে আটাৰ ওপৰত ৰাজসাহাৰ্য পূৰ্বৰ তুলনাত হ্ৰাস কৰিছে। ফলত আটাৰ মূল্য বহু গুণে বৃদ্ধি পাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক