--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বানে সংহাৰৰ সৃষ্টি কৰিছে ব্ৰাজিলত৷বানপানীৰ ফলত আবদ্ধ হৈ পৰা লোকক উদ্ধাৰৰ প্ৰচেষ্টা আব্যাহত আছে৷  শ শ লোকে  লোক এতিয়াও নাও বা হেলিকপ্টাৰ অহালৈ বাট চাই আছে৷ দেশ খনৰ অসামৰিক প্ৰতিৰক্ষা সংস্থাই কৈছে যে  এতিয়ালৈকে বানত হোৱা মৃত্যুৰ সংখ্যা ৯০ লৈ বৃদ্ধি পাইছে ৷  আনহাতে ১৩১ জন লোক এতিয়াও সন্ধানহীন হৈ আছে৷  

একেদৰে  ১,৫৫,০০০ লোক  গৃহহীন হৈ পৰিছে।যোৱা সপ্তাহত আৰম্ভ হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰাজিলৰ নদীবোৰওফন্দি উঠি বানপানীৰ সৃষ্টি কৰিছে৷ বহু ঠাইত  ৰাস্তা আৰু দলং ধ্বংস হৈছে। ব্ৰাজিলৰ   ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ (ইনমেট) গৱেষক মাৰ্চেলো স্নাইডাৰে কয় যে গোলকীয় উষ্ণতাৰ বাবেই এনে ঘটনা ঘটিছে৷  ব্ৰাজিলৰ ১.৩ নিযুত লোকে বাস কৰা চহৰ পোৰ্তো আলেগ্ৰেত, গুয়াইবা নদীয়ে  সংহাৰৰ সৃষ্টি কৰিছে৷ চহৰ খন প্ৰায় সম্পূৰ্ণৰূপে পানীৰ তলত আছে৷ 

 অসামৰিক প্ৰতিৰক্ষা বিভাগৰ  মতে বানপানীৰ ফলত পানী আৰু বিদ্যুৎ সেৱাও প্ৰভাৱান্বিত হৈছে৷ পোৰ্তো আলেগ্ৰে আৰু কাষৰীয়া চহৰসমূহত প্ৰায় আধা নিযুত লোকে  বিদ্যুৎ কৰ্তন কৰাৰ বাবে নিশা আন্ধাৰতে সময় অতিবাহিত কৰিবলগীয়া হৈছে৷   চহৰখনৰ বিমানবন্দৰো এতিয়া পানীৰ তলত৷ বহু বিমান এতিয়া পানীত ওপঙি থকা দেখিবলৈ পোৱা গৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক