--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : আমেৰিকা, ব্ৰাজিলতকৈয়ো শোচনীয় হৈছে ভাৰতৰ কৰ’না পৰিস্থিতি৷ দেশত মঙলবাৰে চিনাক্ত হৈছে ১ লাখ ১৫ হাজাৰ কৰ’না আক্ৰান্ত। বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৬৩০জনকৈ লোকৰ৷ ভাৰতৰ ক’ভিড পৰিস্থিতি লৈ উদ্বিগ্ন হৈ পৰিছে নিটি আয়োগ৷ পৰৱৰ্তী ৪সপ্তাহ দেশৰ বাবে জটিল সময় হোৱাপ আশংকা ব্যক্ত কৰা হৈছে৷ এই সংক্ৰমণ অব্যাহত থাকিলে দেশ ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হ’ব বুলি সকীয়নি দিয়ে নিটি আয়োগৰ বিশেষজ্ঞই৷

আৰু পঢ়িব পাৰিব : একে নিশাই তিনিটা বিধ্বংসী অগ্নিকাণ্ড ! অগ্নিদগ্ধ ৭জন

ইফালে, দেশৰ কৰ’না পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্রৰ পিছত দিল্লীতো মঙলবাৰৰ পৰা নৈশ সান্ধ্য আইন জাৰি কৰা হয়৷ মহাৰাষ্ট্রত মঙলবাৰে আক্ৰান্ত হয় ৫৫হাজাৰ লোক৷ মহাৰাষ্ট্রত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱা হেতুকে অক্সিজেন যোগান ধৰিবলৈ আন ৰাজ্যসমূহক আহ্বান জনায়৷

আৰু পঢ়িব পাৰিব : নৈত গা ধুবলৈ গৈ তিনি কিশোৰৰ সলিল সমাধি !

ইফালে, মুম্বাইত কালিৰ দিনটোতে ১০ হাজাৰ লোক আক্ৰান্ত হোৱাৰ পাছৰে পৰা মুম্বাইৰ সমুদ্ৰ তীৰত জনসমাগম নিষিদ্ধ কৰে৷ যোৱা বছৰৰ ৫ নবেম্বৰৰ পাছত এদিনতে সৰ্বাধিক আক্ৰান্তৰ মৃত্যুৰ অভিলেখ সৃষ্টি হয় মঙলবাৰে৷ দেশত এতিয়া মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ১ কোটি ২৮ লাখলৈ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ