--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশৰ পৰবৰ্তী মুখ্য ন্যায়ধীশ হ’ব ন্যায়াধীশ এন ভি ৰামাণা । ন্যায়াধীশ এন ভি ৰমাণাক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে। জানিব পৰা মতে, তেওঁ ২৪ এপ্ৰিলত দেশৰ মুখ্য ন্যায়াধীশ হিচাপে শপত ল'ব।

আৰু পঢ়িব পাৰিব : উত্তেজিত ভোটাৰক নিয়ন্ত্ৰণ কৰিবলৈ গৈ গুলী চালনা সুৰক্ষা বাহিনীৰ

ভাৰতৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ এছ.এ. ব’বডে, ২৩ এপ্ৰিলত অৱসৰ গ্ৰহন কৰিব, যাৰ পৰিপ্ৰেক্ষিতত ন্যায়াধীশ ৰামাণাক তেওঁৰ উত্তৰাধিকাৰী হিচাপে পৰামৰ্শ দিছিল ব'বডে। ১৯৫৭ চনৰ ২৭ আগষ্টত অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণা জিলাৰ এটা কৃষি পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল ন্যায়াধীশ ৰামাণাই৷ দেশৰ ৪৮ সংখ্যক মুখ্য ন্যায়ধীশ হ’ব ন্যায়াধীশ এন ভি ৰামাণা ।

আৰু পঢ়িব পাৰিব : নিশা ১২ বজালৈকে আৰক্ষীৰ জিম্মাত থকা যুৱকৰ মৃতদেহ উদ্ধাৰ

২৬ আগষ্ট, ২০২২ লৈকে এবছৰ আৰু চাৰি মাহৰ বাবে দেশৰ শীৰ্ষ ন্যায়াধীশ হ'ব তেওঁ। তেওঁ অন্ধ্ৰ প্ৰদেশৰ পৰা হোৱা ভাৰতৰ দ্বিতীয় মুখ্য ন্যায়াধীশ ৷ অন্ধ্ৰ প্ৰদেশৰ পৰা হোৱা প্ৰথমগৰাকী ন্যায়াধীশ কে চুব্বা ৰাও (১৯৬৬-৬৭) ভাৰতৰ নৱমগৰাকী মুখ্য ন্যায়াধীশ আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ