--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গ্ৰীষ্মকাল মানে হৈছে ফলৰ বতৰ। বজাৰত উপলব্ধ হয় বিভিন্ন ধৰণৰ ৰসাল আৰু সুস্বাদু ফল৷ এই সময়ত বজাৰত যথেষ্ট পৰিমাণে খৰবুজ পোৱা যায়। যিটো সহজে উপলব্ধ কিন্তু আমাৰ মাজৰ বহুতেই এই ফলৰ গুণাগুণ বিষয়ে নাজানো।

 খৰবুজত যথেষ্ট পৰিমাণে পটাছিয়াম থাকে৷ ফলস্বৰূপে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে৷ আনকি এই ফলে হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰখাৰ লগতে চকুৰ স্বাস্থ্য ভাল ৰাখে। এই ফলত বিটা-কেৰোটিন অতুলনীয় বাবে দৃষ্টিশক্তি বৃদ্ধি কৰে। ইয়াত থকা অক্সিকাইনৰ প্ৰভাৱত খৰবুজ বৃক্কৰ নিষ্কাশনৰ বাবে অতি উত্তম। সেয়েহে ইয়াক নিয়মীয়া আহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।

 এই ফলৰ গুণাগুণে ঋতুস্ৰাৱৰ বিষ হ্ৰাস কৰে। একে সময়তে খৰবুজ আৰু ইয়াৰ গুটিবোৰে আমাৰ ছাল উজ্জ্বল কৰি ৰখাৰ লগতে শুকান ছাল সতেজ কৰি তোলে। তৰমুজৰ দৰে খৰমুজতো যথেষ্ট পৰিমাণে পানী থাকে। ফলস্বৰূপে বদহজম, কোষ্ঠকাঠিন্য, গেছকে ধৰি হজমৰ সকলো ধৰণৰ সমস্যা নাইকিয়া হয়।

 খৰবুজত যথেষ্ট পৰিমাণে ভিটামিন ‘চি’ থাকে। এই ফলত থকা এণ্টিঅক্সিডেণ্টে ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে। ইয়াৰ উপৰি এই ফলৰ ফাইটোকেমিকেলে আমাৰ যকৃত স্বাস্থ্যৱান কৰি ৰাখে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ