--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আয়ুৰ্বেদত কল গছৰ প্ৰতিটো অংশৰে গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই কলফুলৰ বিভিন্ন অংশ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। কলফুলত যথেষ্ট পৰিমাণে আঁহ, প্ৰ'টিন, পটেছিয়াম, কেলচিয়াম, তাম, ফছফৰাছ, আইৰন, মেগনেছিয়াম আৰু ভিটামিন-ই থাকে। আমি ইয়াক কেঁচা বা ৰন্ধা দুয়োটা পদ্ধতিৰে খাব পাৰোঁ। কেৱল সেয়াই নহয়, ইয়াক ভেষজ হিচাপেও ব্যৱহাৰ কৰা হয়। বহুতো মাৰাত্মক ৰোগ নিৰাময়ৰ বাবে বছৰ বছৰ ধৰি আয়ুৰ্বেদত কলফুল ব্যৱহাৰ হৈ আহিছে। ইয়াৰ বিভিন্ন গুণবোৰ জানো আহক।

১. ডায়েবেটিছত উপকাৰী-

কলফুল এটা উতলাই যদি ডায়েবেটিছ ৰোগীয়ে সেৱনে ইনচুলিনৰ কাম কৰে  আপুনি কলফুলক পাচলি বা চুপ হিচাপেও খাব পাৰে।

২. মুক্ত ৰেডিকেলৰ চিকিৎসা-

কলফুলৰ এণ্টিঅক্সিডেণ্ট গুণ থাকে যি বহুতো ৰোগ যেনে-আলঝেইমাৰ, পাৰ্কিনছন, কৰ্কট ৰোগৰ বাবে উপকাৰী। কেৱল সেয়াই নহয়, ই বয়সৰ লগতে মানসিক চাপ দূৰ কৰাত যথেষ্ট সহায় কৰে।

৩. মাহেকীয়া সমস্যা দূৰ কৰে-

দৰাচলতে কলফুল খোৱাৰ ফলত প্ৰজেষ্টেৰনৰ গঠন বৃদ্ধি হয় আৰু ইয়াৰ ফলত অত্যধিক ৰক্তক্ষৰণ নিয়ন্ত্ৰণ হয়। যদি কেতিয়াবা অধিক বিষ হয় আৰু যথেষ্ট ৰক্তক্ষৰণ হয়, দৈৰ সৈতে কলফুলৰ ব্যৱহাৰে যথেষ্ট আৰাম প্ৰদান কৰে।

 নিয়মীয়াভাৱে কলফুল খালে বহু ধৰণৰ সমস্যা সমাধান হয়। 

৪. পাচনতন্ত্ৰ শক্তিশালী কৰে-

কলফুলবোৰ দ্ৰৱণীয় আৰু অদ্ৰৱণীয় আঁহেৰে সমৃদ্ধ। দ্ৰৱণীয় আঁহে খাদ্যক পাচনতন্ত্ৰত সহায় কৰাৰ বিপৰীতে অদ্ৰৱণীয় আঁহে বৃহৎ পৰিমাণে হজম শক্তি বৃদ্ধি কৰে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ