--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অপৰাজিতা ফুলক বিষ্ণুকান্ত ফুল বুলিও কোৱা হয়। উপাসনাত এই ফুলৰ আছে বিশেষ গুৰুত্ব। এই ফুল ভগৱান বিষ্ণু আৰু শনিদেৱৰ অতি প্ৰিয়। ধৰ্মীয় বিশ্বাস যে এই ফুল ভগৱান বিষ্ণু আৰু শনিদেৱক আগবঢ়ালে সন্তুষ্ট হয় আৰু জীৱন সুখ, শান্তি আৰু সমৃদ্ধি বৃদ্ধি কৰে। ইয়াৰ বাহিৰেও অপৰাজিতা ফুলৰ বিশেষ শক্তি আছে বুলি বিশ্বাস কৰা হয়। জ্যোতিষশাস্ত্ৰৰ মতে এই ফুলৰ লগত জড়িত কিছুমান প্ৰতিকাৰ আছে যিয়ে ঘৰত সুখ-শান্তি কঢ়িয়াই আনে। বিশেষকৈ যদি কোনো লোক আৰ্থিক সমস্যাৰ সৈতে যুঁজি আছে তেন্তে অপৰাজিতা ফুলৰ লগত জড়িত এই প্ৰতিকাৰে তেওঁক সকাহ দিব পাৰে বুলিও বিশ্বাস কৰা হয়।

* জীৱনত থকা বাধা দূৰ কৰে-
শনিদেৱক শাস্ত্ৰ অনুসৰি সকলো বাধাৰ দেৱতা বুলি গণ্য কৰা হয়। নীলা অপৰাজিতা শনিদেৱৰ অতি প্ৰিয়। শনিবাৰে শনিদেৱক এই ফুলৰ মালা আগবঢ়ালে তেওঁ সুখী হয় আৰু ইয়াৰ কোনো ব্যক্তিৰ জীৱনত থকা বাধা দূৰ কৰি সুখ-সমৃদ্ধি কঢ়িয়াই আনে বুলিও ধৰ্মীয় বিশ্বাস আছে। ইয়াৰ বাহিৰেও শনিদেৱৰ কৃপাত সকলো ধৰণৰ বাধাও দূৰ হয়।

* আৰ্থিক ক্ষেত্ৰত দিয়ে উন্নতি-
সোমবাৰে ভগৱান শংকৰৰ পূজাৰ বিশেষ দিন বুলি গণ্য কৰা হয়, সেয়েহে যদি কোনো ব্যক্তিয়ে আৰ্থিক সংকটৰ সমস্যাৰ সন্মুখীন হৈছে, তেন্তে সোমবাৰে শিৱলিংগত অপৰাজিতা ফুল আগবঢ়াই ভোলেনাথৰ আশীৰ্বাদৰ লগতে আৰ্থিক অৱস্থাৰ উন্নতি কৰে। ইয়াৰ উপৰি কোনো বোঁৱতী নদীত সোমবাৰে পাঁচটা অপৰাজিতা ফুল উটুৱাই দিলেও তেওঁৰ আৰ্থিক অৱস্থা উন্নত হয়।

* মনোবাঞ্ছা পূৰণ কৰে-
অপৰাজিতা ফুলৰ মালাৰো নিজস্ব বিশেষ তাৎপৰ্য আছে। যদি কোনো ব্যক্তিয়ে নিজৰ ইচ্ছা পূৰণ বিচাৰে তেন্তে তেওঁ মাদুৰ্গা, শনিদেৱ, শিৱ আৰু ভগৱান বিষ্ণুক অপৰাজিতা ফুলৰ মালা আগবঢ়াব লাগে। ইয়াৰ ফলত তেওঁৰ সকলো মনোবাঞ্ছা সোনকালে পূৰণ হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘‘অসমত ভগৱানতকৈও অধিক জুবিনৰ ফটো দেখা পাইছোঁ’’! অসমবাসীৰ আৱেগত আপ্লুত ভাৰত ভ্ৰমণকাৰী যুৱক তাজ আলম
শোকস্তব্ধ খেৰী গাঁও; গেছ চিলিণ্ডাৰ বিস্ফোৰণত মাতৃসহ দুই কন্যাৰ কৰুণ মৃত্যু
মাজুলীৰ পৰ্যটন ক্ষেত্ৰখনক নতুন মাত্ৰা প্ৰদানৰ লক্ষ্য; আহি আছে দুমহলীয়া পর্যটক বাছ ‘পুষ্পক’
মধ্যপ্ৰদেশত চাঞ্চল্য! হোটেলত থকা প্ৰাপ্তবয়স্ক যুৱক-যুৱতীক ভুৱা গাঞ্জাৰ গোচৰত ফচোৱাৰ ভাবুকি; ৬ আৰক্ষী বিষয়া নিলম্বিত
দেশজুৰি খলকনি! Shazam India-ৰ শীৰ্ষস্থানত ৰিতো ৰিবাৰ ‘দিলৰুবা দিলনশী’
ভাস্বতী ভাৰতীৰ গীত ‘লাহে লাহে’ৰ ভিডিঅ’ মুকলি
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী