--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  জনপ্ৰিয় ধাৰাবাহিক 'তাৰক মেহতা কা উলটা চশমা'ৰ প্ৰযোজকগৰাকী  আকৌ এবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে। জেনিফাৰ মিস্ত্ৰী বংশিৱালে অনুষ্ঠানটোৰ প্ৰযোজক অসিত মোডীৰ বিৰুদ্ধে  যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে। জেনিফাৰে কয় , "মই এই অনুষ্ঠানটো এৰিলোঁ। মই ক'বলৈ বাধ্য হৈছো যে  এই অনুষ্ঠানটোৰ প্ৰযোজকৰ দ্বাৰা মোক গভীৰভাৱে অপমান কৰা হৈছিল। মোক বাৰে বাৰে অপমানিত কৰা হৈছে। জেনিফাৰৰ মতে, "এই অনুষ্ঠানটোৰ ছেটত পুৰুষতান্ত্ৰিক মনোভাৱ পৰিলক্ষিত হৈছে৷ "

জেনিফাৰে কয় , "মই মোৰ বিবাহ বাৰ্ষিকীৰ বাবে আগতীয়াকৈ বন্ধ বিচাৰিছো। মই তেওঁক বিৰতি দিবলৈ কৈছিলো৷। কিন্তু মোক বিৰতি দিয়া হোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে, আন অভিনেতাসকলক ছুটি দিয়া হৈছিল।’’জেনিফাৰে প্ৰযোজক মোডীয়ে তেওঁক যৌন নিৰ্যাতন চলোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ অভিনেত্ৰীগৰাকীয়ে প্ৰযোজক মোডীৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চপা বুলিও জানিব পৰা গৈছে৷ 

প্ৰযোজক অসিত মোডীয়েও জেনিফাৰৰ অভিযোগৰ বিৰুদ্ধে মাত মাতিছে। তেওঁ কয়, "জেনিফাৰে উত্থাপন কৰা সকলো অভিযোগৰ বাবে আমি তেওঁৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিম।" মোক বদনাম কৰাৰ এয়া এটা প্ৰয়াস।













FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে