--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • গোৱালপাৰাৰ গভীৰ ভূগর্ভস্থ পানীত পোৱা গ'ল এক দুর্লভমাছৰ প্ৰজাতি- যিয়ে আমাৰ অসমৰ সমৃদ্ধ আৰু এতিয়াও অনাবিষ্কৃত জৈৱ-বৈচিত্র্যৰ এক নতুন দিশ উন্মোচন কৰিলে।

ডিজিটেল ডেস্ক : ৰাজ্যৰ প্রকৃতিপ্রেমীসকলৰ বাবে সু-খবৰ। ৰাজ্যত পোৱা গৈছে এক দুর্লভ প্ৰজাতিৰ মাছ। 


কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ছ'চিয়েল মিডিয়া যোগে এই কথা ৰাজহুৱা কৰি কয়, 'অসমত এক বিস্ময়কৰ আৱিষ্কাৰ।


গোৱালপাৰাৰ গভীৰ ভূগর্ভস্থ পানীত পোৱা গ'ল এক দুর্লভমাছৰ প্ৰজাতি- যিয়ে আমাৰ অসমৰ সমৃদ্ধ আৰু এতিয়াও অনাবিষ্কৃত জৈৱ-বৈচিত্র্যৰ এক নতুন দিশ উন্মোচন কৰিলে। 


ছেনকেনবার্গ, অসম ডন বস্ক' বিশ্ববিদ্যালয়, ধানামঞ্জুৰি বিশ্ববিদ্যালয় আদি প্ৰতিষ্ঠানৰ গৱেষকসকলক এই অনন্য সাফল্যৰ বাবে আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।' এই ধৰণৰ গৱেষণাই আমাৰ প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত এক নতুন পথ প্রদর্শন কৰে বুলিও তেওঁ মত প্রকাশ কৰে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ