--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকোলা চহৰৰ বজোৰিয়া নগৰত নকল নহৰু বিক্ৰীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। এই ঘটনা আৰক্ষী বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া সুভাষ পাটিল নামৰ এজন ব্যক্তিৰ লগত ঘটিছে। তেওঁৰ পত্নীয়ে কলনীত শাক-পাচলি বিক্ৰী কৰিবলৈ অহা ৰাজপথৰ ব্যৱসায়ী এজনৰ পৰা নহৰু কিনিছিল কিন্তু যেতিয়া তেওঁ ঘৰত নহৰু ব্যৱহাৰ কৰিবলৈ মোনাৰ পৰা উলিয়াই, তেতিয়া তেওঁ আচৰিত হয় কাৰণ হাইলাখ একেই দেখা নহৰুটো আচলতে নকল ৷ সেই নহৰুটো চিমেণ্টৰ পৰা প্ৰস্তুত কৰা আছিল ৷

ইয়াৰ এটা ভিডিঅ’ও ছচিয়েল মিডিয়াত তোলপাৰ লগাইছে। ভিডিঅ’টোত দেখা গৈছে যে নকল নহৰুটো বাস্তৱ যেন লাগে, কিন্তু কটাৰীৰে কাটিলে লগে লগে ভিতৰৰ পৰা চিমেণ্ট ওলাই পৰে। সুভাষ পাটিলৰ পত্নীৰ মতে, তেওঁ এজন ৰাজপথৰ বেপাৰীৰ পৰা নহৰু কিনিছিল। তেওঁ নহৰু এফুটা কটাৰীৰে কাটিবলৈ লওঁতেই এই নহৰু নকল বুলি ধৰা পৰে ৷  

বাহিৰৰ পৰা বাস্তৱ আৰু নকলৰ মাজত পাৰ্থক্য কৰাটো অতি কঠিন ৷যদি আপুনি এই প্ৰৱঞ্চনাৰ বলি হ’ব নিবিচাৰে, তেন্তে নহৰু কিনাৰ আগতে ভালদৰে পৰীক্ষা কৰক, কাৰণ বৰ্তমান নহৰুৰ দাম আকাশলংঘী হৈছে। নহৰুৰ মূল্য প্ৰতি কেজিত ২৫০-৩০০ টকা চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন