--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এই ভুলে আপোনাকো কৰি তুলিব পাৰে দৰিদ্ৰ। যদি আপুনিও মালক্ষ্মী ঘৰলৈ আগমন হোৱাতো বিচাৰে, তেন্তে মানি চলক এই ৫টা নিয়ম। যিজনৰ ওপৰত মালক্ষ্মী কৃপা থাকে তেওঁৰ কেতিয়াও সম্পদৰ অভাৱ নহয়। একে সময়তে যেতিয়া মালক্ষ্মী ৰুষ্ট হৈ পৰে তেতিয়া দৰিদ্ৰ হ’বলৈ বেছি সময় নলয়।

১. দেখা যায় যে বেছিভাগ ঘৰতে আহাৰ গ্ৰহণৰ পাছত জুঠা বাচন-বৰ্তন বিয়পাই ৰাখে। শাস্ত্ৰত ইয়াক অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত মালক্ষ্মী ৰুষ্ট হৈ পৰে আৰু অৰ্থনৈতিক ক্ষতিৰ সম্ভাৱনা বাঢ়ি যায়।

২. উত্তৰ দিশৰ স্বামী হৈছে ধনৰ দেৱতা কুবেৰ আৰু মালক্ষ্মীৰ স্থান বুলি গণ্য কৰা হয়। এই দিশত আৱৰ্জনা বা জাৱৰ-জোঁথৰ কেতিয়াও জমা কৰি থ’ব নালাগে। এই দিশ সদায় পৰিষ্কাৰ ৰাখিব লাগে, নহ’লে মালক্ষ্মী অসন্তুষ্ট হৈ পৰে।

৩. ঘৰৰ বাকী সকলো দুৱাৰতকৈ মূল দুৱাৰখন অলপ ডাঙৰ হ’ব লাগে। দুৱাৰখন ভিতৰৰ পৰা খুলিব পৰা হ’ব লাগে। ইয়াৰ ফলত ঘৰত ধনাত্মক শক্তি প্ৰৱেশ কৰে।

৪. সূৰ্যাস্তৰ সময়ত ঘৰ মুচিব নালাগে বা ঝাড়ু মাৰিব নালাগে। এই সময়ত ঘৰত ঝাড়ু দিয়া মানে জীৱনৰ ওপৰত দুৰ্ভাগ্যৰ ছাঁ পৰাৰ‌ দৰে হয় আৰু মালক্ষ্মী অসন্তুষ্ট হৈ পৰে।

৫. কোনো কাৰণতে ঘৰৰ সন্মুখত বা মূল দুৱাৰত আইনা ৰাখিব নালাগে। ইয়াৰ ফলত মালক্ষ্মী অসন্তুষ্ট হৈ পৰে আৰু জীৱনলৈ দৰিদ্ৰতাৰ আগমন ঘটে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক