--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ৰাজ্যত শাসনৰ গাদীলৈ পুনৰ বিজেপি৷ তচনচ হ'ল বিৰোধীৰ মহাজোঁট৷ দিছপুৰ পুনৰ দখল কৰিবলৈ সক্ষম হ'ল বিজেপিৰ মিত্ৰজোঁটে৷ বিজেপি মিত্ৰজোঁটে মুঠ ৭৫খন আসন লাভ কৰে। ইয়াৰ ভিতৰত বিজেপিয়ে ৬০খন, অগপই ৯খন আৰু ইউপিপিএলে লাভ কৰিলে ৬খন আসন।

আৰু পঢ়িব পাৰিব :   ক’ভিড যুদ্ধত আৰ্থিক সাহায্য আৰচিবিৰ, নিলাম হ’ব ‘স্পেচিয়েল ব্লু জাৰ্চী’

আনহাতে, কংগ্ৰেছে ২৯খন, বিপিএফে ৪খন, এআইইউডিএফে ১৬খন লাভ কৰে। ইয়াৰ উপৰি চিপিআই(এম)–এ এখন আৰু নিৰ্দলীয়ই এখন আসন দখল কৰিবলৈ সক্ষম হয়।

আৰু পঢ়িব পাৰিব :   কোন সমষ্টিত কোনে মাৰিলে বিজয়ৰ হাঁহি? ‘প্ৰাগ নিউজ’ৰ নিৰ্বাচনী আপডেট

অসমত বিজেপিৰ সাফল্যত জে পি নাড্ডাই টুইটৰে শুভেচ্ছা বাৰ্তা জনায়৷ তেওঁ লিখিছে- ‘ডাবল ইঞ্জিন চৰকাৰৰ বাবে অসমত অভূতপূৰ্ব উন্নয়ন হৈছে৷বিজেপিৰ উন্নয়ন ৰাজনীতিক লৈছে আঁকোৱালি লৈছে ৰাইজে৷ মোদীৰ নেতৃত্বত প্ৰগতিৰ নতুন শিখৰ চুব অসমে৷' আনহাতে কংগ্ৰেছক সমালোচনা কৰি তেওঁ লিখে,- 'কংগ্ৰেছৰ সাম্প্ৰদায়িক ৰাজনীতিক প্ৰত্যাখান ৰাইজৰ৷ '


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ